জুবিনৰ জন্মদিনৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ…
জন্মদিনৰ দিনাই জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ইতিবাচক খবৰএখোজ আগবাঢ়িলে জুবিন গাৰ্গক ন্যায় প্ৰদান প্ৰক্ৰিয়া, ছিংগাপুৰত মৃত্যু হোৱা জুবিন গাৰ্গৰ আইনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আঁতৰিল বাধাকেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ…
কন্যাৰ জন্মদিনৰ দিনাই অগ্নিদগ্ধ হৈ মত্যু পিতৃ-মাতৃৰ
গুৱাহাটী ভৰলুমুখত সংঘটিত হৈছে এটা অত্যন্ত দুখজনক ঘটনা। কন্যাৰ জন্মদিন আনন্দেৰে উদযাপন কৰিবলৈ পিতৃ-মাতৃয়ে ঘৰত বিশেষ আয়োজন কৰিছিল। কিন্তু নিয়তিৰ কি খেলা কন্যাৰ জন্মদিনৰ দিনাই অগ্নিদগ্ধ হৈ মত্যু পিতৃ-মাতৃৰ। ঘটনাটো…
জুবিন ক্ষেত্ৰৰ সমীপত কোন “গগৈ পৰিয়াল”ৰ মাটি?
দেৱব্ৰত শইকীয়াই অনা অভিযোগৰ আঁৰত আছে নেকি “গগৈ পৰিয়াল”ৰ মাটিৰ সম্পৰ্ক সঁচাকৈয়ে মন্ত্ৰী অশোক সিংঘলক টাৰ্গেত কৰিছে নে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই? নে শইকীয়াৰ অভিযোগৰ আঁৰত আছে অন্য কিবা ৰহস্য!…
নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ গ্ৰামাঞ্চলত ভূ-মাফিয়াৰ চৰম দৌৰাত্ম্য
নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ গ্ৰামাঞ্চলত এতিয়া চলিছে ভূ মাফিয়াৰ চৰম দৌৰাত্ম্য । প্ৰতিদিনেই চূড়ান্ত মইমতালিৰে নীতি বৰ্হিভুতভাৱে গ্ৰামাঞ্চলৰ মাটি খান্দি ভূ মাফিয়া চক্ৰই বিনষ্ট কৰি আহিছে প্ৰাকৃতিক পৰিবেশ ।…
নগাঁৱত অংশগ্ৰহণমূলক ধানৰ জাতৰ ক্ষেত্ৰভিত্তিক পৰীক্ষামূলক মূল্যায়ন কাৰ্যসূচী ৰূপায়ণ
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ মে’: নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ইটাপাৰা গাঁৱত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নগাঁৱৰ চিলঙনিস্থিত মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ উদ্যোগত তথা আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰ,…
আমাৰ আলহী গ্ৰাম্য হোম-ষ্টে ২০২২-২৩” আঁচনিৰ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ স্থানীয় আতিথ্যৰ যোগেদি দৰ্শনাৰ্থীৰ বাবে পৰ্যটন অভিজ্ঞতা আৰু অধিক আকৰ্ষণীয় হ’বঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা নিউজ ডেস্ক, ২৯ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি পল্টনবজাৰৰ…
ভাৰত ছেমিকণ্ডাক্টৰ মিছনৰ বাবে বৃহৎ উত্থান: আৰু তিনিটা ছেমিকণ্ডাক্টৰ ইউনিটক অনুমোদন জনায় কেবিনেটে
অসমত ২৭,০০০ কোটি টকা বিনিয়োগেৰে অৰ্ধপৰিবাহী এটিএমপি ইউনিট নিউজ ডেস্ক, ২৯ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ‘ভাৰতত অৰ্ধপৰিবাহী আৰু প্ৰদৰ্শনী উৎপাদন পৰিৱেশ তন্ত্ৰৰ বিকাশ’ৰ অধীনত তিনিটা অৰ্ধপৰিবাহী ইউনিট…
অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা পাঠ্যক্ৰমৰ ‘বহনক্ষম কৃষিৰ বাবে প্ৰাকৃতিক কৃষিৰ বিজ্ঞানসন্মত অনুশীলনৰ হ্ৰস্বকালীন প্ৰশিক্ষণ’ৰ সামৰণি
যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে আৰম্ভ কৰা ‘বহনক্ষম কৃষিৰ বাবে প্ৰাকৃতিক কৃষিৰ বিজ্ঞানসন্মত অনুশীলন’ শীৰ্ষক ১৪ দিনীয়া চাৰ্টিফিকেট পাঠ্যক্ৰমৰ কালি সামৰণি পৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ…
গুৱাহাটীৰ লাচিতঘাটত ‘প্ৰজ্ঞা’ৰ উদ্যোগত ‘বীৰ চিলাৰায়’ শীৰ্ষক নাট মঞ্চস্থ
নিউজ ডেস্কঃ ভাৰতবৰ্ষৰ বিশাল সাংস্কৃতিক ঐতিহ্য আৰু সনাতন পৰম্পৰাই আমাৰ সমাজক জীৱনদায়িনী শক্তিৰে উজ্জীৱিত কৰি আহিছে। আমাৰ দেশৰ গৰিমা আৰু প্ৰবাহমান সাংস্কৃতিক প্ৰতীকী ৰূপত উপস্থাপন কৰি অসমৰ ইতিহাস লগতে অসমৰ…
মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী চিন্তাৰ ফলশ্ৰুতিত অসমৰ খাটিখোৱা খিলঞ্জীয়া মানুহে আজি সহজতে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছেঃ মন্ত্ৰী পীযুষ হাজৰীকা
বিশ্বনাথ আৰু শোণিতপুৰ জিলাত মিছন বসুন্ধৰা ২.০ ৰ অধীনত আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদান কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা; বিহালীত ৩২০৯, বিশ্বনাথত ৩৮০৪ আৰু ন-দুৱাৰত ৪৭০২ টা পৰিয়ালৰ মাজত ভূমিপট্টা বিতৰণঅসমত টকা দি…