নিউজ ডেস্ক,১৬ মে’ঃ অসমৰ সুদক্ষ অভিনেতা আদিল হুছেইনলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। ‘ফুটপ্ৰিন্টছ অন ৱাটাৰ’ নামৰ চলচ্চিত্ৰ খনৰ বাবে প্ৰদান কৰা হয় এই বঁটা। লণ্ডনত অনুষ্ঠিত ইউ কে এছিয়ান চলচ্চিত্ৰ মহোৎসৱত আগবঢ়োৱা হৈছে এই সন্মান । শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰ উপৰিও ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটাও লাভ কৰে। নীতা চিয়ামৰ কাহিনী আৰু নাথালিয়া চিয়ামৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনে সৰ্বত্ৰে লাভ কৰিছে চৰ্চ্চা।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *