নিউজ ডেস্ক,১৩ মে’ঃ আজি বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস ৷ বিশ্ব পৰিভ্ৰমী চৰাই দিৱস হৈছে পৰিভ্ৰমী চৰাইৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টিৰ কৰা।পৰিভ্ৰমী চৰাইবোৰে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা আৰু বিশ্বৰ পৰিৱেশ তন্ত্ৰৰ কাৰ্য্যকলাপ বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশ্ব পৰিভ্ৰমী চৰাই দিৱস হৈছে ২০০৬ চনত AEWA আৰু CMS সচিবালয়ৰ দ্বাৰা আৰম্ভ কৰা এক বিশেষ পদক্ষেপ।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *