নিউজ ডেস্ক,১৪ মে’ঃ এক শোকাৱহ ঘটনা। গুজৰাটৰ কৃষ্ণসাগৰ হ্ৰদত ডুবি কৰুণ মৃত্যু ৫ জন কিশোৰৰ। ২ জন কিশোৰক বচাবলৈ গৈ আন ৩ জনৰো মৃত্যু। মৃত আটাইকেইজনৰ বয়স ১৫ ৰ পৰা ১৭ বছৰ বুলি জানিব দিয়ে আৰক্ষীয়ে। ঘটনাস্থলীত আৰক্ষী বিষয়া উপস্থিত হৈ উদ্ধাৰ কৰে মৃত ৫ জন কিশোৰক। বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃত কিশোৰৰ পৰিচয়।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *