নিউজ ডেস্ক,১৩ মে’ঃ কেনিয়াত হত্যা বিশ্বৰ ভিতৰতে আটাইতকৈ পুৰণি সিংহ লুনকিটোক। বৰশীৰে আক্ৰমণ কৰে অলকেলুনিয়েট গাঁৱৰ পশুপালক সকলে। ১৯ বছৰ বয়সত মৃত্যু লুনকিটোৰ। বেছিভাগ সিংহই প্ৰায় ১৩ বছৰলৈকে জীয়াই থকাৰ বিপৰীতে লুনকিটোৱে সেই গড়ক অতিক্ৰম কৰিছিল।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *