নিউজ ডেস্ক,১১ মে’ঃ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। আহি আছে ভয়ংকৰ ঘূৰ্ণী বতাহ মোচা। আজি মাজনিশাৰ ভিতৰত কালৰূপ ল’ব পাৰে মোচাই। নিশাৰ ভিতৰত আহিব পাৰে প্ৰচণ্ড বতাহ,বৰষুণ। বতাহৰ গতিবেগ ঘণ্টাত ১৩০ কিলোমিটাৰ। অসমতো নিশাৰ ভাগত বৰষুণৰ আগজাননী।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *