নিউজ ডেস্ক,১৭ মে’ঃ কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হব ছিদ্দাৰামায়া । জল্পনা কল্পনাৰ অন্ত পৰিল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ। মুখ থেকেচা খালে বিজেপিয়ে। অৱশেষত শেষ হাঁহি মাৰিলে কংগ্ৰেছে। শীঘ্ৰেই আনুষ্ঠানিকতা ঘোষণা কৰিব কংগ্ৰেছে। ১৮ মে’ ত কান্তি ৰাও ষ্টেডিয়ামত অনুষ্ঠিত হব শপত গ্ৰহণ অনুষ্ঠান। অনুষ্ঠানত ১০ জন মন্ত্ৰী,মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীয়ে লব শপত গ্ৰহণ।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *