নিউজ ডেস্ক,১১ মে’ঃ পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ সমীপত সংঘটিত হয় বিস্ফোৰণ। বিস্ফোৰণৰ ফলত আহত হয় এজন লোক। ২৪ ঘন্টাৰ ভিতৰত সংঘটিত হয় ২ টাকৈ বিস্ফোৰণ।বিস্ফোৰণৰ বাবে অঞ্চলটোত সৃষ্টি হৈছে ভয়ংকৰ পৰিৱেশ। বিস্ফোৰণৰ পাছত পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৫ জনক।