নিউজ ডেস্ক,১৬ জুনঃ পুনৰ গুলীয়াগুলী । অশান্ত হৈ পৰিছে জম্মু-কাশ্মীৰৰ কুপৱাড়া জিলা। সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ নিহত হয় ৫ জন সন্ত্ৰাসবাদী। কুপৱাড়া জিলাত সন্ত্ৰাসবাদীৰ খবৰ পাই সেনাই চলাইছিল অভিযান। সেনাৰ গুলীত নিহত হয় ৫ জন পাকিস্তানী সন্ত্ৰাসবাদী। সমগ্ৰ এলেকা ঘেৰি ৰাখিছিল সেনাই। দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদীয়ে বাহৰ পাতিছিল কুপৱাড়া জিলাত। বৰ্তমানেও অব্যাহত আছে কুপৱাড়াত অব্যাহত আছে অনুসন্ধান। সেনা বাহিনীয়ে উদ্ধাৰ কৰিছে AK47 আৰু হেণ্ড গ্ৰেনেড। জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযানে কুপৱাড়াত সন্ত্ৰাসবাদী সংগঠনৰ নেতা হিজবুল মুজাহিদীনৰ ঘৰত তালাচী চলাই লাভ কৰিছিল সন্ত্ৰাসবাদীৰ বিচৰণস্থলী।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *