নিউজ ডেস্ক,১১ মে’ঃ প্ৰাক্তন CJI ৰঞ্জন গগৈৰ বিৰুদ্ধে মানহানি গোচৰ। ১ কোটি টকাৰ মানহানি গোচৰ ৰুজো APWৰ সভাপতি অভিজিত্ শৰ্মাৰ। আত্মজীৱনী খনত আপত্তিজনক কথা লিখিছিল ৰঞ্জন গগৈয়ে। JUSTICE FOR THE JUDGE আত্মজীৱনী খন নিষিদ্ধৰ বাবেও আবেদন অভিজিত্ শৰ্মাৰ।