নিউজ ডেস্ক,১৫ মে’ঃ বহিঃৰাজ্যত মৃত্যু এজন অসমীয়া যুৱকৰ। দুৰ্বৃত্তৰ হাতত প্ৰাণ গ’ল বাবুল বৰাৰ। গহপুৰৰ বাবুল বৰাই কৰ্মসুত্ৰে আছিল দাদৰ নগৰ হাভেলীত। মাকৰ অসুখ হোৱা বাবে ঘৰলৈ অহাৰ পথতেই নৃশংস ভাৱে হত্যা দুৰ্বৃত্তৰ। ৰেলত সংঘটিত হোৱা হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী হোৱা বাবে হত্যা দুৰ্বৃত্তৰ। কিষ্ণাণগঞ্জ ষ্টেচনত সংঘটিত হয় হত্যাকাণ্ড। ষ্টেচনৰ বাহিৰলৈ গৈ প্ৰাণ বচোৱাৰ চেষ্টা কৰিছিল যদিও হত্যা কৰে দুৰ্বৃত্তই। মৃত্যুৰ আগমুৰ্হুতত সম্পূৰ্ণ ঘটনা ফোন যোগে জনালে পত্নীক।