নিউজ ডেস্ক,১৫ মে’ঃ বালোদা বজাৰৰ সমীপত পথ দুৰ্ঘটনা। ছত্তীশগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ানক পথ দুৰ্ঘটনা। এখন ট্ৰাকৰ সৈতে পিক আপ ভানৰ ভয়ানক সংঘৰ্ষ। দুৰ্ঘনাটোত শিশু সহ ৬ জন লোকৰ মৃত্যু হয়। ঘটনাস্থলীত আৰক্ষী বিষয়া উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ। লগতে আহত হয় ২৫ জন লোক। আহত সকলক সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় বালোদা বজাৰ চিকিৎসালয়ত।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *