নিউজ ডেস্ক,১৪ মে’ঃ শীঘ্ৰেই ঘোষণা হব মেট্ৰিকৰ ফলাফল। মে’ৰ শেষত ফলাফল ঘোষণা । ঢকুৱাখনা ফাট বিহুৰ অনুষ্ঠানত ভাগ লৈ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ। ছেবাৰ ৱেবচাইটত ঘোষণা কৰা হব ফলাফল। ফলাফল ঘোষণা কৰিবলৈ প্ৰস্তুত হৈছে ছেবা কৰ্তৃপক্ষ।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *