নিউজ ডেস্ক,১২ মে’ঃ ৰাজ্যৰ বিদ্যালয় সমূহলৈ ছেবাৰ নতুন নিৰ্দেশনা। নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ প্ৰতিটো পৰীক্ষাৰ নম্বৰ আপলোড কৰিব লাগিব ছেবাৰ প’ৰ্টেলত। পৰীক্ষাৰ নম্বৰ ছেবাৰ প’ৰ্টেলত আপলোড নকৰিলে বহিব নোৱাৰিব মেট্ৰিক পৰীক্ষাত। ৩১ মে’ৰ পূৰ্বে আপলোড কৰিবলৈ কঠোৰ নিৰ্দেশনা ছেবা কৰ্তৃপক্ষৰ ৷