Month: February 2023

ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰী

বৰপেটাত উপস্থিত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দল ধাৰাবাহিকতা অক্ষুণ্ণ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ অনিয়মৰ। এইবাৰ বৰপেটাত উন্মোচিত হৈছে সাংসদ পুঁজিৰ কেলেংকাৰী। চহৰখনত পথ নিৰ্মাণৰ বাবে…

ত্ৰিপুৰাত ত্ৰাণকৰ্তা ৰূপত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱা

সমাগত বিধানসভাৰ ত্ৰিপুৰাৰ ৬০টা বিধানসভা সমষ্টিৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ বাবে বিজেপি দলে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। ৰাজ্যখনত পুনৰ গেৰুৱা বাহিনীৰ দখলত অনাৰ বাবে বিজেপিয়ে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। ত্ৰিপুৰাৰ…

অজিত কুমাৰ ভূঞা আটাইতকৈ দুৰ্নীতিগ্ৰস্ত সাংসদঃ ৰাজ্যিক বিজেপি

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাক মানসিকভাবে গেলি পচি যোৱা নিকৃষ্ট মনোবৃত্তিৰ লোক বুলি আজি বৰ্ণনা কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই। দলৰ‌ মুখ্য কাৰ্যালয় অটল‌ বিহাৰী বাজপেয়ী…

ৰঙিয়াত সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ৰঙিয়াৰ বিভিন্ন ঠাইত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। সাংসদ পুঁজিৰ ধন ব্যৱহাৰত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগত এই প্ৰতিবাদ স্থানীয় ৰাইজৰ। ৰঙিয়াৰ ৮ নং ৱাৰ্ডত সাংসদ অজিত কুমাৰ…

বাংগালুৰুত বিমানত আকস্মিকভাবে মৃত্যু হোৱা হাফলঙৰ ব্যক্তিৰ নশ্বৰদেহ ঘৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত মন্ত্ৰী পীযুষ হাজৰীকাৰ সহায়

অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তৎপৰতাত মৃতদেহ ঘৰলৈ শীঘ্ৰে ঘূৰাই আনিব পাৰি ৰাজ্য চৰকাৰলৈ কৃতজ্ঞতা পৰিয়ালৰ অসমৰ ডিমা হাচাও জিলাৰ পৰা বাংগালুৰুলৈ চিকিৎসাৰ বাবে যোৱা সত্তৰোৰ্দ্ধৰ ব্যক্তি এগৰাকীয়ে যোৱা বৃহস্পতিবাৰে বিমানত উঠাৰ…

সাংসদ পুঁজিৰ দুৰ্নীতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ সাংসদ অজিত কুমাৰ ভূঞাৰ

হাজোৰ পিছত ৰঙিয়াতো সাংসদ পুঁজিৰ পৰ্বতসম দুৰ্নীতি সাংসদ পুঁজিৰ দুৰ্নীতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। সাংসদ পুঁজিৰ ধন ব্যৱহাৰত হাজোৰ পিছত ৰঙিয়াতো ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ…

হাজোত ৬টাকৈ পথ মেৰামতিৰৰ নামত সাংসদ পুঁজিৰ লুণ্ঠন

◼️ঠিকাদাৰ-অভিযন্তাৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ◼️সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে মূর্দাবাদ ধ্বনি◼️সমগ্ৰ বিষয়টো চিএম ভিজিলেন্সৰ তদন্ত সৰিয়হৰ দুলিতে ভূত! দুৰ্নীতিৰ বিৰুদ্ধে সততে সৰৱ খোদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধনত ব্যাপক…

মুখাৰ আঁৰৰ মুখ খোল খাইছে সাংসদ অজিত কুমাৰ ভূঞাৰ

◼️মুছলমান প্ৰীতিৰে লক্ষ লক্ষ টকা লুণ্ঠনৰ ফান্দ◼️নীতি শিক্ষা দি ফুৰা অজিত কুমাৰ ভূঞাৰ কাণ্ডত চাঞ্চল্য◼️সাংসদ পুঁজিৰ ধন আৱণ্টন দি ব্যাপক লুণ্ঠন◼️কেতিয়া গ্ৰেপ্তাৰ হ’ব অজিত কুমাৰ ভূঞা!◼️অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে হাজোত…

জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন

ভাৰতে ২০২৩ বৰ্ষত জি-২০ শীৰ্ষ সন্মিলনৰ অধ্যক্ষতাৰ দায়িত্ব লাভ কৰাৰ পিছত অসমত হ’বলগীয়া জি-২০ৰ অন্তৰ্গত দীৰ্ঘস্থায়ী বিত্তীয় কৰ্মী গোট (SFWG) আৰু য়ুথ-২০ৰ বৈঠকত অংশগ্ৰহণৰ বাবে অহা প্ৰতিনিধিৰ এটা দলে আজি…