Category: Uncategorized

গৌৰৱ গগৈৰ ঘনিষ্ঠ নেতা প্রফুল্ল কুমাৰ দাসৰ কংগ্ৰেছ ত্যাগ

গৌৰৱ গগৈৰ ঘনিষ্ঠ নেতা প্রফুল্ল কুমাৰ দাসৰ কংগ্ৰেছ ত্যাগ সামাজিক মাধ্যম আৰু তথ্য-প্রযুক্তি বিভাগৰ অধ্যক্ষ আছিল দাস গৌৰৱ গগৈৰ স্বৈৰচাৰিতাত অতীষ্ঠ হৈ দল ত্যাগ দাসৰ নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ আন…

৬ জনগোষ্ঠী জনজাতিকৰণৰ সম্পৰ্কত ইতিবাচক সংকেত

ডিব্ৰুগড়ত মটক ছাত্ৰ সন্থাৰ সৈতে সাক্ষাৎ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ৬ জনগোষ্ঠী জনজাতিকৰণৰ সম্পৰ্কত ইতিবাচক সংকেতহিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক ধন্যবাদ মটক ছাত্ৰ সন্থাৰ আজি ডিব্ৰুগড়ত উপস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা…

কংগ্ৰেছক তীব্ৰ সমালোচনা চুতীয়া জনগোষ্ঠীৰ নেত্ৰী কস্তুৰী চুতীয়াৰ

শ্বহীদৰ তেজ খুৱা কংগ্ৰেছ, অসমক অবৈধ বোজা জাপি দিয়া কংগ্ৰেছে অসমৰ উন্নয়নৰ বাবে চিন্তা নকৰে কিয়? অসমত কংগ্ৰেছৰ স্থিতি দুমুখীয়া, এনে পৰিস্থিতিত অসমৰ সাংসদ গৌৰৱ গগৈয়ে কিয় মৌন ব্ৰত ধাৰণ…

নগাঁও জিলাত অখিল গগৈৰ প্ৰৱেশ নিষিদ্ধ, চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

নগাঁও জিলাত অখিল গগৈৰ প্ৰৱেশ নিষিদ্ধ, চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ “অখিল গগৈ মুৰ্দাবাদ” ধ্বনিৰে মুখৰ সোণাৰী চাহ বাগিচা, প্ৰতিমূর্তি দাহ চাহ শ্ৰমিকক ভূমি পট্টা প্রদানৰ সিদ্ধান্তক লৈ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা নগাঁও…

জামিন পালে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলামে…

জামিন পালে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলামেইছলামৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়েধিঙৰ AIUDFৰ বিধায়ক ইছলামক শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰআমিনুল ইছলামৰ গ্ৰেপ্তাৰক বেআইনী আখ্যা উচ্চ ন্যায়ালয়ৰNSA…

অযোধ্যাৰ ৰাম মন্দিৰৰ ধৰ্মধ্বজা উত্তোলন প্রধানমন্ত্ৰী মোদীৰ…

অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰত আজি অনুষ্ঠিত হ’ল এক বিশেষ ধৰ্মীয় মুহূৰ্ত। পুৱা ১১:৫৮ বজাত শুভ সময়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্দিৰৰ ওপৰত ধৰ্মধ্বজা উত্তোলন কৰি মন্দিৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিক সম্পূৰ্ণতাক ঘোষণা…

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ন্যায়িক আয়োগৰ সময়সীমা বৃদ্ধি…

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ন্যায়িক আয়োগৰ সময়সীমা বৃদ্ধি১২ ডিচেম্বৰলৈ বৃদ্ধি কৰা হ’ল ন্যায়িক আয়োগৰ সময়সীমাদেওবাৰৰ বাহিৰে সপ্তাহৰ বাকীকেইদিনত দিব পাৰিব শপতনামাপুৱা ১০.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈকে দিব পাৰিব শপতনামা২২…

সামৰণি পৰিল দেশৰ অভিনয় জগতৰ এটি বৰ্ণিল অধ্যায়ৰ! জনপ্ৰিয় প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ শেষ নিশ্বাস ত্যাগ…

সামৰণি পৰিল দেশৰ অভিনয় জগতৰ এটি বৰ্ণিল অধ্যায়ৰ। জনপ্ৰিয় প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই ত্যাগ কৰিলে শেষ নিশ্বাস ৷ ‘বলীউডৰ হি-মেন’ খ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ।মুম্বাইৰ নিজ বাসগৃহত…

“সকলোৰে ভালৰ বাবেই এই সিদ্ধান্ত। সকলো ভালে থাকিব।”

বিয়ালৈ মাজত আছিল মাত্ৰ ১১দিন। চিঠিও ছপা কৰি উলিয়াই দুই এজন অতিথিক নিমন্ত্ৰণ দিয়া হৈছিল। কিন্তু হঠাতে যেন সকলো খেলি মেলি হৈ গ’ল। গুৱাহাটীত এটা সংবাদমাধ্যমত বাতৰি পৰিৱেশক হিচাপে কাম…

পুনৰ বিপদত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত চুমি বৰা,বিশাল ফুকন, তাৰ্কিক বৰা

পুনৰ বিপদত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত চুমি বৰা,বিশাল ফুকন, তাৰ্কিক বৰাCBI ৰ তদন্তৰ বাবে আদালতৰ নজৰবন্দীৰ নিৰ্দেশ আটাইকেইজনৰ বিৰুদ্ধেবিদেশ বা অন্য ঠাইলৈ যাবলৈ আদালতৰ আগতীয়া অনুমতি ল’ব লাগিব চুমি, তাৰ্কিক,বিশালেআনহাতে, আন…