গুৱাহাটী মহানগৰৰ দুৰ্ঘটনাত নিহত মেধাবী ছাত্ৰ উপাংশু শৰ্মাৰ ঘৰত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিৰ দল
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১ মে’: যোৱা ২৮ মে’ৰ নিশা গুৱাহাটী মহানগৰৰ জালুকবাৰী উৰণীয়া সেতুৰ সমীপত সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাত গুৱাহাটী অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়নৰত সাত জনকৈ মেধাৱী ছাত্ৰৰ অকালতে…