Month: May 2023

গুৱাহাটী ক্লাবৰ মেটেল মটৰ্চত কে.টি.এম. এডভেনঞ্চাৰ বাইক মুকলি

২৭ মে, গুৱাহাটীঃ আজি কেটিএম গুৱাহাটী ক্লাব (মেটেল মটৰ্চ)ত কে.টি.এম. এডভেনঞ্চাৰ ৩৯০ এক্স আৰু ৩৯০ ভি আনুষ্ঠানিকভাবে মুকলি কৰে। কে টি এম ইণ্ডিয়াই এডভেনঞ্চাৰ বাইক যাত্ৰাৰ বাবে এই দুখন এডভেনঞ্চাৰ…

ভয়ংকৰ দুৰ্ঘটনা ! পাৰ্কিঙত স্থানত শুই থকা অৱস্থাত মৃত্যু তিনি বছৰীয়া শিশুৰ..

নিউজ ডেস্ক,২৭ মে’ঃ ভয়ংকৰ দুৰ্ঘটনা। হায়দৰাবাদৰ হায়াতনগৰত সংঘটিত হৈছে দুৰ্ভাগ্যজনক ঘটনা। পাৰ্কিঙত শুই থকা অৱস্থাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘনাটো। পাৰ্কিং স্থানত শুই থকা অৱস্থাত তিনি বছৰীয়া শিশুৰ গাৰ ওপৰেৰে পাৰ…

অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা পাঠ্যক্ৰমৰ অধীনত
স্বনিয়োজনৰ বাবে বৈজ্ঞানিক ভিত্তিত মীন পালনৰ হ্ৰস্বকালীন প্ৰশিক্ষণৰ সামৰণি

যোৰহাট,২৬ মে’: অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে ‘স্বনিয়োজনৰ বাবে বৈজ্ঞানিক ভিত্তিত মীন পালন’ বিষয়ক ১৪ দিনীয়া হ্রস্বম্যাদী প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে।১২ মে’ৰ পৰা আৰম্ভ হোৱা…

লিভ-ইন সংগীক হায়দৰাবাদত নৃশংস ভাৱে হত্যা প্ৰেমিকৰ !

নিউজ ডেস্ক,২৫ মে’ঃ লিভ-ইন সংগীক হায়দৰাবাদত নৃশংস ভাৱে হত্যা প্ৰেমিকৰ। শ্ৰদ্ধা ৱাকাৰৰ ঘটনা মাৰ নাযাওতেই দেশত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড। এটাৰ পাছত এটা হত্যা কাণ্ডই কঁপাইছে সমগ্ৰ দেশ। য়াৰাম অনুৰাধাৰ শৰীৰটো…

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি চৰ্চ্চাত সুৰজ তিৱাৰী।

নিউজ ডেস্ক,২৫ মে’ঃ শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি চৰ্চ্চাত সুৰজ তিৱাৰী। প্ৰথম প্ৰচেষ্টাতেই ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ উত্তৰ প্ৰদেশৰ মৈনপুৰীৰ সুৰজ তিৱাৰী । ২৯ বছৰীয়া সুৰজ তিৱাৰীৰ সফলতাৰ আঁৰত আছে এটা অনুপ্ৰেৰণাদায়ক কাহিনী…

চৰকাৰী বিদ্যালয়ৰ টিনপাতকে ধৰি বিভিন্ন সামগ্ৰী অবৈধভাৱে বিক্ৰী কৰি ধন আত্মসাৎ শিক্ষকৰ

চাপৰঃ ৰাজ্যত কিছুমাহ পূৰ্বে বহু বিদ্যালয় শিক্ষাবিভাগে একত্ৰিকৰণ কৰিছে। একত্ৰিকৰণৰ ফলত বহু বিদ্যালয় বন্ধ হৈ পৰিছিল। ফলত একাংশ শিক্ষকৰ বাবে এয়া হৈ পৰিছে সোণৰ কণী দিয়া হাঁহ। চাপৰ-শালকোচা শিক্ষাখণ্ডৰ অন্তৰ্গত…

আজি ৰাষ্ট্ৰীয় ভাতৃ দিৱস..

নিউজ ডেস্ক,২৪ মে’ঃ আজি ৰাষ্ট্ৰীয় ভাতৃ দিৱস। প্ৰত্যেক বছৰে ২৪ মে’ত ভাতৃ দিৱস উদযাপন কৰা হয়। ভাতৃ দিৱস হৈছে ভাইটিৰ সৈতে সৰুতে অতিবাহিত কৰা মিঠা স্মৃতিবোৰ পিছলৈ ঘূৰি চাবলৈ আৰু…

জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰত ভয়ংকৰ দুৰ্ঘটনা..

নিউজ ডেস্ক,২৪ মে’ঃ জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত হয় ৭ জন লোক। শ্ৰমিক কঢ়িওৱা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা। দ খাৱৈত পৰি মৃত্যু হয় ৭…

নগাঁৱত ‘কম্বাইন হাৰ্ভেষ্টাৰ’ৰ দ্বাৰা বৰোধান চপোৱা কাৰ্যসূচী ৰূপায়ণ

নগাঁও, ২৩ মে’: নগাঁও জিলাৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বেঙেনাআটি গাঁৱৰ পথাৰত কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত আৰু এপাৰ্টৰ সহযোগত মঙলবাৰে আধুনিক প্ৰযুক্তি সম্বলিত সঁজুলি কম্বাইন হাৰ্ভেষ্টাৰৰ দ্বাৰা বৰোধানৰ খেতি…

কাফ চিৰাপ ৰপ্তানিৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰী কেন্দ্ৰৰ..

নিউজ ডেস্ক, ২৩ মে’ঃ কাফ চিৰাপ ৰপ্তানিৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰী কেন্দ্ৰৰ। ৰপ্তানিৰ পূৰ্বে কাফ চিৰাপৰ পৰীক্ষা কৰিব লাগিব কোম্পানীসমূহে । যোৱা বছৰ ভাৰতীয় কোম্পানীয়ে তৈয়াৰ কৰা কাফ চিৰাপ সেৱন…