Month: May 2023

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ট্ৰাকত উঠি যাত্ৰা !

নিউজ ডেস্ক, ২৩ মে’ঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ট্ৰাকত উঠি যাত্ৰা। আম্বালা-চণ্ডিগড় ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰাকত উঠি ট্ৰাক চালকৰ সমস্যাৰ বুজ ললে ৰাহুল গান্ধীয়ে। লগতে ৰাহুল গান্ধীয়ে ট্ৰাক চালকসকলৰ সৈতে ধাবাতে…

নগাঁৱত এল কে ঈগলচ টাইকোৱানডো একাডেমীৰ জিলা ভিত্তিত প্ৰতিযোগিতাৰ সফল সমাপ্তি

নগাঁও টাইকোৱানডো একাডেমী শ্ৰেষ্ঠ নগাঁৱৰ অন্যতম অগ্ৰণী সমৰকলাৰ অনুষ্ঠান এল কে ঈগলচ টাইকোৱানডো একাডেমীৰ উদ্যোগত যোৱা ১৯ মে’ৰ পৰা তিনিদিনীয়াকৈ নগাঁও পুলিচ কমিউনিটি হলত এল কে ঈগলচ টাইকোৱানডো একাডেমী তৃতীয়…

ধিং শতদল শাখা‌ সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন সম্পন্ন

নগাঁও জিলাৰ প্ৰাচীনতম ধিং শতদল শাখা সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখনি সফলতাৰে সম্পন্ন হৈ যায় । এই উপলক্ষে শাখা সভাৰ সভাপতি মৃগাংক বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনি শেৱালি কবি ৰত্নকান্ত…

প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীক আওকাণ চৰকাৰৰ

নগাঁৱত শিক্ষাসেঁতুত অসহযোগেৰে বিভাগীয় টেবলেট ঘূৰাই দিয়া কাৰ্যসূচী ৰূপায়ণ ক্ষোভিত শিক্ষক সমাজৰ অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে ১৯৮২ চনৰ পৰাই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বাৰা…

অসম কৃষি বিশ্ববিদ্যালয়ত আন্তর্জাতিক চাহ দিবস উদযাপন

চিংফৌ চাহ খেতিয়ক সহ নব্বৈ উৰ্ধ্বৰ ক্ষুদ্ৰ চাহ খেতিয়কক সম্বৰ্ধনাঅসমৰ চাহ উদ্যোগৰ দ্বিশতবাৰ্ষিকীৰ লগত সংগতি ৰাখি বিশেষ সজাগতা সভা যোৰহাট,২১ মে’: চাহৰ পাত গুণগত মানৰ নহ’লে ভাল চাহ পাব নোৱাৰি।…

আজি ২১ মে’ আন্তৰ্জাতিক চাহ দিৱস

নিউজ ডেস্ক,২১ মে’ঃ আজি ২১ মে’ আন্তৰ্জাতিক চাহ দিৱস। সমগ্ৰ বিশ্বত চাহৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশটো গুৰুত্ব দিয়া হয়।ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই প্ৰতি বছৰে ২১ মে’ত এই দিনটো উদযাপন কৰাৰ সিদ্ধান্ত…

অষ্ট্ৰেলিয়াত স্কাইডাইভিং ৭০ বছৰীয়া মন্ত্ৰীৰ..

নিউজ ডেস্ক,২১ মে’ঃ অষ্ট্ৰেলিয়াত স্কাইডাইভিং কংগ্ৰেছ মন্ত্ৰীৰ। ৭০ বছৰীয়া কংগ্ৰেছ মন্ত্ৰী টি এছ সিং দেৱে কৰিলে স্কাইডাইভিং। ছত্তীশগড়ৰ স্বাস্থ্য মন্ত্ৰী টি এছ সিং দেৱে স্কাইডাইভিং কৰি ললে নতুন অভিজ্ঞতা। দেশৰ…

ৰে’ল যাত্ৰী সকলৰ বাবে এটা ভাল খবৰ।

নিউজ ডেস্ক,২১ মে’ঃ ৰে’ল যাত্ৰী সকলৰ বাবে এটা ভাল খবৰ। শীঘ্ৰে গুৱাহাটীৰ পৰা চলিব ‘বন্দে ভাৰত এক্সপ্ৰেছ’৷ নিউ জলপাইগুৰিলৈ অনা হৈছে অত্যাধুনিক ৰে’লখন। গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলিব ৰে’লখন।…

নগাঁৱৰ ধিঙত এআইইউডিএফৰ অৱস্থান ধৰ্মঘট

নগাঁৱৰ ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত শনিবাৰে এআইইউডিএফে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আচলতে, চৰ-চাপৰিত যুগ যুগ ধৰি বসবাস কৰি থকা লোকসকলক বিজেপি চৰকাৰে খেদি পঠিয়াই অঘৰী কৰাৰ…

নগাঁৱৰ জাজৰিত জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিবাদ প্ৰগতিশীল নাৰী সন্থাৰ

ৰাজ্য জোকাৰি যোৱা মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ অকাল মৃত্যুক সহজভাবে মানি ল’ব পৰা নাই বিভিন্ন ব্যক্তিৰ লগতে বহু দল-সংগঠনে ৷ আনকি জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে…