Month: May 2023

ঢকুৱাখনা ফাঁট বিহুৰ আজি অন্তিমটো দিন।

নিউজ ডেস্ক,১৪ মে’ঃ ঢকুৱাখনা ফাঁট বিহুৰ আজি অন্তিমটো দিন। সামৰণি অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লোকে লোকাৰণ্য মহখুলি চাপৰি। সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ। শান্তি,সম্প্ৰতি আৰু…

জম্মু-কাশ্মীৰৰ অনন্তনাগত এনকাউণ্টাৰ !

নিউজ ডেস্ক,১৪ মে’ঃ জম্মু-কাশ্মীৰৰ অনন্তনাগত এনকাউণ্টাৰ। আজি পুৱা উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হৈছে গুলীয়াগুলী। জিলাখনৰ সংগম অঞ্চলত উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্যৰ পিছতে অভিযান চলাইছিল আৰক্ষীয়ে। উগ্ৰপন্থীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা…

কৃষ্ণসাগৰ হ্ৰদত ডুবি কৰুণ মৃত্যু ৫ জন কিশোৰৰ।

নিউজ ডেস্ক,১৪ মে’ঃ এক শোকাৱহ ঘটনা। গুজৰাটৰ কৃষ্ণসাগৰ হ্ৰদত ডুবি কৰুণ মৃত্যু ৫ জন কিশোৰৰ। ২ জন কিশোৰক বচাবলৈ গৈ আন ৩ জনৰো মৃত্যু। মৃত আটাইকেইজনৰ বয়স ১৫ ৰ পৰা…

কপাহেৰাত সদৌ অসম আহোম সভাৰ প্ৰতিষ্ঠা দিৱস আৰু কেন্দ্ৰীয় বাৰ্ষিক অধিবেশন আৰম্ভ

সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় বাৰ্ষিক অধিবেশন আৰু ১৩০ তম্ প্ৰতিষ্ঠা দিৱটি নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৰ কপাহেৰাত আজিৰে পৰা দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে আৰম্ভ হৈছে । আহোম জনগোষ্ঠীটোৰ লগতে বৃহৎ…

গুৱাহাটী মহানগৰীৰ বৰবাৰীৰ বিমল কাৰ্ছত টাটা মটৰ্ছৰ নতুন নেক্সন ইভি মেক্স ডাৰ্ক মুকলি

নিউজ ডেস্কঃ আজি বিমল কাৰ্ছে গুৱাহাটী মহানগৰীৰ ভিআইপি ৰোডৰ বৰবাৰীত ভাৰতৰ আগশাৰীৰ অট’ ম’বাইল ব্ৰেণ্ড টাটা মটৰ্ছে বৈদ্যুতিক বাহনৰ নতুন নেক্সন ইভি মেক্স ডাৰ্ক মুকলি কৰে। এই মুকলি অনুষ্ঠানত অতিথি…

কেনিয়াত হত্যা বিশ্বৰ ভিতৰতে আটাইতকৈ পুৰণি সিংহ লুনকিটোক।

নিউজ ডেস্ক,১৩ মে’ঃ কেনিয়াত হত্যা বিশ্বৰ ভিতৰতে আটাইতকৈ পুৰণি সিংহ লুনকিটোক। বৰশীৰে আক্ৰমণ কৰে অলকেলুনিয়েট গাঁৱৰ পশুপালক সকলে। ১৯ বছৰ বয়সত মৃত্যু লুনকিটোৰ। বেছিভাগ সিংহই প্ৰায় ১৩ বছৰলৈকে জীয়াই থকাৰ…

শচীন তেণ্ডুলকাৰৰ ফটো,কণ্ঠ ব্যৱহাৰ কৰি দুষ্ট চক্ৰৰ ভুৱা বিজ্ঞাপন।

নিউজ ডেস্ক,১৩ মে’ঃ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ ফটো,কণ্ঠ ব্যৱহাৰ কৰি দুষ্ট চক্ৰৰ ভুৱা বিজ্ঞাপন। চছিয়েল মিডিয়াৰ দ্বাৰা বহু লোকক প্ৰতাৰণা দুষ্ট চক্ৰৰ। মুম্বাইৰ ক্ৰাইম বাঞ্চত ক্ৰিকেটাৰ গৰাকীয়ে দাখিল কৰিছে এজাহাৰ।

আৰক্ষীয়ে সন্ধান পাইছে চিকিৎসক দম্পতীৰ সন্তানৰ প্ৰকৃত পিতৃ-মাতৃ ।

নিউজ ডেস্ক,১৩ মে’ঃ মহানগৰ আৰক্ষীয়ে সন্ধান পাইছে চিকিৎসক দম্পতীৰ সন্তানৰ প্ৰকৃত পিতৃ-মাতৃ । জালুকবাৰীৰ ধীৰেণপাৰাৰ পৰা আটক ২ গৰাকী আশা কৰ্মীক। বৰপেটাৰ পৰা শিশু দুটিক অনাৰ সন্দেহ আৰক্ষীৰ।

আজি বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস।

নিউজ ডেস্ক,১৩ মে’ঃ আজি বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস ৷ বিশ্ব পৰিভ্ৰমী চৰাই দিৱস হৈছে পৰিভ্ৰমী চৰাইৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টিৰ কৰা।পৰিভ্ৰমী চৰাইবোৰে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা আৰু বিশ্বৰ…

বটদ্ৰৱাত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত লাখ লাখ টকা লুণ্ঠন, আৰক্ষীক গোচৰ ভুক্তভোগী মহিলাৰ

নিউজ ডেস্ক, ১২ মে’ঃ ক্ৰমাৎ অপৰাধী চক্ৰৰ অপৰাধজনিত কাৰ্যকলাপৰ ৰম্যভূমিত যেন পৰিণত হৈছে নগাঁও জিলাৰ পশ্চিমাঞ্চল। জুৱা, ড্ৰাগছ, মদ আদিৰ অবাধ প্ৰচলনেৰে গ্ৰামাঞ্চলৰ পৰিবেশ কলুষিত কৰি অহাৰ সময়তে শেহতীয়াকৈ পোহৰলৈ…