Month: May 2023

৯ মে’ৰ পিছত দাখিল কৰা কোনো গোচৰতে ইমৰান খানক গ্ৰেপ্তাৰ কৰিব নোৱাৰিবঃ IHC

ডিজিটেল ডেস্কঃ ইছলামবাদ উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে শুকুৰবাৰে ৯ মে’ৰ পিছত দাখিল কৰা কোনো গোচৰতে পাকিস্তান তেহৰিক-ই-ইনছাফৰ অধ্যক্ষ ইমৰান খানক গ্ৰেপ্তাৰ নকৰিবলৈ নিৰ্দেশ দিয়ে বুলি ছামা টিভি আৰু এ আৰ…

দেশ কঁপাই যোৱা ডাঃ ছৰিতা হত্যাকাণ্ডৰ ৰায়দান।

নিউজ ডেস্ক,১২ মে’ঃ দেশ কঁপাই যোৱা ডাঃ ছৰিতা হত্যাকাণ্ডৰ ৰায়দান। জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হব চূড়ান্ত ৰায়দান। ২০১৪ চনৰ ৯ মে’ AMCH ত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ড। অতি নিৰ্মমভাৱে হত্যা…

চিকিৎসালয়ত অংগৰাগ পাপন মহন্ত।

নিউজ ডেস্ক,১২ মে’ঃ চিকিৎসালয়ত অংগৰাগ পাপন মহন্ত। মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পাতালত চিকিৎসাধীন অংগৰাগ পাপন মহন্ত। পুত্ৰ পোহৰক লৈ চ’ছিয়েল মিডিয়াত আৱেগিক পোষ্ট শিল্পী গৰাকীৰ।

আজিৰে পৰা ঢকুৱাখনাত ঐতিহাসিক ফাট বিহু।

নিউজ ডেস্ক,১২ মে’ঃ আজিৰে পৰা ঢকুৱাখনাত ঐতিহাসিক ফাট বিহু। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব ঢকুৱাখনাৰ ফাট বিহু। ঢকুৱাখনাৰ মহঘুলি চাপৰিত উদুলি-মুদুলি পৰিৱেশ। সংস্কৃতিৰ মিলন ভূমিত পৰিণত হৈছে মহঘুলি চাপৰি। অন্তিম দিনটোত…

ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামক শিশু যোগান ধৰিছিল উৎপলা বসুৱে।

নিউজ ডেস্ক,১২ মে’ঃ ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামক শিশু যোগান ধৰিছিল উৎপলা বসুৱে। উৎপলা বসুক বিচাৰি আৰক্ষীৰ অভিযান।

ৰাজ্যৰ বিদ্যালয় সমূহলৈ ছেবাৰ নিৰ্দেশনা।

নিউজ ডেস্ক,১২ মে’ঃ ৰাজ্যৰ বিদ্যালয় সমূহলৈ ছেবাৰ নতুন নিৰ্দেশনা। নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ প্ৰতিটো পৰীক্ষাৰ নম্বৰ আপলোড কৰিব লাগিব ছেবাৰ প’ৰ্টেলত। পৰীক্ষাৰ নম্বৰ ছেবাৰ প’ৰ্টেলত আপলোড নকৰিলে বহিব নোৱাৰিব মেট্ৰিক পৰীক্ষাত।…

পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ সমীপত সংঘটিত হয় বিস্ফোৰণ।

নিউজ ডেস্ক,১১ মে’ঃ পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ সমীপত সংঘটিত হয় বিস্ফোৰণ। বিস্ফোৰণৰ ফলত আহত হয় এজন লোক। ২৪ ঘন্টাৰ ভিতৰত সংঘটিত হয় ২ টাকৈ বিস্ফোৰণ।বিস্ফোৰণৰ বাবে অঞ্চলটোত সৃষ্টি হৈছে ভয়ংকৰ…

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী।

নিউজ ডেস্ক,১১ মে’ঃ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। আহি আছে ভয়ংকৰ ঘূৰ্ণী বতাহ মোচা। আজি মাজনিশাৰ ভিতৰত কালৰূপ ল’ব পাৰে মোচাই। নিশাৰ ভিতৰত আহিব পাৰে প্ৰচণ্ড বতাহ,বৰষুণ। বতাহৰ…

প্ৰাক্তন CJI ৰঞ্জন গগৈৰ বিৰুদ্ধে মানহানি গোচৰ।

নিউজ ডেস্ক,১১ মে’ঃ প্ৰাক্তন CJI ৰঞ্জন গগৈৰ বিৰুদ্ধে মানহানি গোচৰ। ১ কোটি টকাৰ মানহানি গোচৰ ৰুজো APWৰ সভাপতি অভিজিত্‍ শৰ্মাৰ। আত্মজীৱনী খনত আপত্তিজনক কথা লিখিছিল ৰঞ্জন গগৈয়ে। JUSTICE FOR THE…