Month: May 2023

পাকিস্তানত অভাৱনীয় পৰিৱেশ।

নিউজ ডেস্ক,১১ মে’ঃ পাকিস্তানত অভাৱনীয় পৰিৱেশ। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰৰ পাছৰে পৰা জ্বলিছে পাকিস্তানৰ কেইবাটাও অঞ্চল। বৰ্তমানেও ইছলামাবাদৰ পৰা লাহোৱাললৈ প্ৰতিবাদ। ইমৰাণ খানৰ সমৰ্থকে জ্বলাই দিছে বাহন। গ্ৰেপ্তাৰ কৰা…

পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ পৰা জব্দ ৫৭ লাখ টকা।

নিউজ ডেস্ক,১০ মে’ ঃ মহানগৰীৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ পৰা জব্দ ৫৭ লাখ টকা। ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ টকাখিনি। ঝাৰখণ্ড বাসিন্দা ঋষিকেশ কুমাৰৰ হাতত হয় বেগটো । টকা সৰবৰাহকাৰী দুজনক…

কিয় একেলগে বদলি কৰা হ’ল মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত নিয়োজিত হৈ থকা এই তিনিজন আৰক্ষী অধীক্ষকক?

নিউজ ডেস্ক, ১০ মে’: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাত সুৰুঙা। ৩ জনকৈ দায়িত্বত থকা আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে। আৰক্ষী অধীক্ষক কেইগৰাকীৰ হৈছে ক্ৰমে, গুণীন্দ্ৰ ডেকা, উৎপল বায়ন আৰু…

গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ উদ্যোগত ৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি, অভ্যৰ্থনা কমিটী গঠন

নিউজ ডেস্ক, ৯ মে’: গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা ৰাভা মহিলা পৰিষদৰ উদ্যোগত তথা দ্বাৰকা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনূসূচী দাবী কমিটীৰ সহযোগত…

নগাঁৱত ১৩ মে’ত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে নগাওঁ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ১৩ মে’ত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে । উক্ত দিনা…

বটদ্ৰৱাৰ কদমণি পথাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দম্পতী

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অসাধু চক্ৰই অব্যাহত ৰাখিছে নিষিদ্ধ ড্ৰাগছৰ বেহা ৷ ইয়াৰ মাজতে জিলাখনৰ পশ্চিম প্ৰান্তৰ বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন কদমণি পথাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ…