Month: June 2023

৪০ দিনে আমাজনৰ ঘন জংঘলত নিৰুদ্দেশ হৈ থকা ৪ শিশুক জীৱন্তে উদ্ধাৰ..

নিউজ ডেস্ক,১১ জুনঃ ৪০ দিনে আমাজনৰ ঘন জংঘলত নিৰুদ্দেশ হৈ থকা ৪ শিশুক জীৱন্তে উদ্ধাৰ। সমগ্ৰ দেশৰ বাবে এক ভাল খবৰ। জীৱন্তে উদ্ধাৰ কৰা শিশু কেইটা হ’ ল ১৩ বছৰীয়া,৯…

৮৬০০ কিঃমিঃ খোজ কাঢ়ি মক্কা পালে ভাৰতৰ ছিহাবে..

নিউজ ডেস্ক,১১ জুনঃ ৮৬০০ কিঃমিঃ খোজ কাঢ়ি মক্কা পালে ভাৰতৰ ছিহাবে। কেৰেলাৰ পৰা খোজ কাঢ়ি ৩৭০ দিনত ছিহাবে পালে মক্কা। যোৱা বছৰ ২ জুনত খোজ কাঢ়ি আৰম্ভ কৰিছিল যাত্ৰা।ভাৰত,পাকিস্তান,ইৰাণ,ইৰাক,কুৱেইটৰ মাজেৰে…

ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সাংসদ পদৰ পৰা পদত্যাগ…

নিউজ ডেস্ক,১০ জুনঃ ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সাংসদ পদৰ পৰা পদত্যাগ ৷ কনজাৰ্ভেটিভ দলৰ প্ৰাক্তন নেতাজনে কয় যে হাউচ অফ কমন্সৰ এখন সমিতিৰ পৰা পত্ৰ খন পোৱাৰ পিছত তেওঁ…

তীব্ৰগতিত বৃদ্ধি পাইছে বিপৰ্যয় ঘূৰ্ণী বতাহৰ বেগ..

নিউজ ডেস্ক,১০ জুনঃ তীব্ৰগতিত বৃদ্ধি পাইছে বিপৰ্যয় ঘূৰ্ণী বতাহৰ বেগ। আগন্তুত ২৪ ঘন্টাত বিপৰ্যয়ে লব ভয়ংকৰ ৰূপ। সতৰ্কবাণী জাৰি কৰিলে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। যি কোনো মুহুৰ্তত বিপৰ্যয়ে সংহাৰীৰূপ ধাৰণ…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বান ৰোধ কৰাৰ বিষয়ত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ বৈঠক, বিভাগক সম্ভৱপৰ সকলো ব্যৱস্থা ল’বলৈ নিৰ্দেশ

পানীখাইতী, ডিব্ৰুগড় আৰু গোৱালপাৰা চহৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থাৰ বিষয়ে অধ্যয়ন কৰিবলৈ আই আই টি গুৱাহাটীক দায়িত্ব দিয়া সন্দৰ্ভত আলোচনা নিউজ ডেক্স, ৯ জুনঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী…

চিণ্ডিকেটৰ বাপেক বিধায়ক অখিল গগৈঃ মন্ত্ৰী পীযুজ হাজৰীকা

অখিল গগৈৰ অনুমতি নোহোৱাকৈ অসমত কোনেও চিণ্ডিকেট চলাব নোৱাৰেঃ মন্ত্ৰী পীযুজ হাজৰীকা নিউজ ডেক্স, ৯ জুনঃ অসমত যদি চিণ্ডিকেট চলি আছে বিধায়ক অখিল গগৈয়ে মোত কৈ ভালদৰে জানে। অখিল গগৈক…

প্ৰেমিকে টুকুৰা টুকুৰ কৰিলে প্ৰেমিকাক..

নিউজ ডেস্ক,৮ জুনঃ মায়া নগৰী মুম্বাইত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। শ্ৰদ্ধা ৱাকাৰৰ ঘটনা মাৰ নাযাওতেই পুনৰ হত্যাকাণ্ড। প্ৰেমিকে টুকুৰা টুকুৰ কৰিলে প্ৰেমিকাক। মুম্বাইৰ মীৰা ৰোডত সংঘটিত হৈছে এই হত্যাকাণ্ড। ৩২…

ৰঙিয়া আৰু হাজোত মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিগত বাৰিষাৰ বানত আক্ৰান্ত বগৰীবাৰীত বিভাগীয় কাম পৰ্যবেক্ষণ কৰি স্থানীয় ৰাইজৰ মতামত গ্ৰহণ মন্ত্ৰী হাজৰীকাৰ হাজোৰ চমোখা ঘাট আৰু বাথানত চলি থকা মথাউৰিৰ মেৰামতি আৰু খহনীয়া ৰোধৰ কামৰ অগ্ৰগতিত সন্তোষ্টি…

বেবেজীয়া জুনিয়ৰ কলেজৰ সফলতা

দুজনে ডিষ্টিংচন, আঠজনে ষ্টাৰসহ এশ শতাংশ উত্তীৰ্ণ নগাঁও জিলাৰ বৃহত্তৰ বেবেজীয়া অঞ্চলৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান বেবেজীয়া জুনিয়ৰ কলেজে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এইবাৰো উন্নত ফলাফল দাঙি ধৰিবলৈ…

উৎকট গৰমৰ মাজতে গুৱাহাটী মহানগৰীত আহিল এজাক বৰষুণ, হঠাৎ লাগিল হুৱাদুৱা

নিউজ ডেক্স, ৭ জুনঃ উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক। শেহতীয়াকৈ তাপ মাত্ৰা ইমানেই বাঢ়িছে যে, সাধাৰণ জীৱন যাত্ৰাত বহুতো প্ৰভাৱ পেলাইছে গৰমে। বিগত কেইবাদিন ধৰি বৰষুণ নোহোৱাৰ ফলত গৰমৰ প্ৰকোপ…