Month: August 2023

লোকসভা নির্বাচনলৈ সাজু বিজেপি অসম প্রদেশ

“শংখনাদ” কার্যক্ৰমত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নিউজ ডেক্স, ২৮ আগষ্টঃ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পার্টিয়ে অসমত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। ইতিমধ্যে ভোটাৰ তালিকাৰ সংশোধনীৰ…

ঐতিহ্যমণ্ডিত বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সন্মিলন

ঐতিহাসিক বৃহত্তৰ বৰনগৰ অঞ্চলৰ বটবৃক্ষ স্বৰূপ,দেশৰ জনপ্ৰিয় আলোচনী ইণ্ডিয়া ট্যুডেত ২০১৮ চনৰ পৰা ২০২২ চনলৈ একেৰাহে চতুৰ্থবাৰলৈ দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ তালিকাত নিজৰ নাম অন্তভুৰ্ক্ত কৰিবলৈ সক্ষম হোৱা,বৰপেটা জিলাৰ দুগ্ধ নগৰী…

নগাঁৱৰ ধূপগুৰিত সংখ্যালঘু সংগ্রাম পৰিষদৰ নগাওঁ জিলা সমিতিৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন

নগাওঁ জিলাৰ পশ্চিম প্ৰান্তৰ ধূপগুৰিৰ ফকৰ উদ্দিন আলী আহমেদ হাই স্কুল খেল পথাৰত অসম সংখ্যলঘু সংগ্রাম পৰিষদৰ নগাওঁ জিলা সমিতিৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশনখনি সুকলমে অনুষ্ঠিত হৈ যায় ৷ এই মৰ্মে,…

নগাঁৱৰ কঠিয়াতলী শাখা সন্মিলনৰ কাব্যধ্বনি অনুষ্ঠান সম্পন্ন

সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলৰ সহযোগত আৰু কঠিয়াতলী শাখা কবি সন্মিলনৰ উদ্যোগত কঠিয়াতলী শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত দেওঁবাৰে “কাব্যধ্বনি” শীৰ্ষক এক মনোজ্ঞ কাৰ্যসূচী ৰূপায়ণ কৰা হয়…

৮৫ বৰ্ষত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়

সাধাৰণ সভাত বৰ্ষজোৰা কাৰ্যসূচীৰে ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সিদ্ধান্ত নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অহা বছৰ সগৌৰৱে ভৰি দিব ৮৫ বছৰত ৷ সেয়ে শিক্ষানুষ্ঠানখনৰ গৌৰৱোজ্বল ৮৫…

অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও জিলা শাখাৰ মাহেকীয়া বৈঠক সম্পন্ন

অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও জিলা শাখাৰ মাহেকীয়া সাহিত্য পাঠ অনুষ্ঠানৰ বৈঠকখনি হয়বৰগাওঁ হাইস্কুলৰ সভাকক্ষত সম্পন্ন হৈ যায়। পৰিষদৰ স্থায়ী সভাপতি ড° দিলীপ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বৈঠকখনিৰ উদ্দেশ্য ব্যাখ্যাৰ…

চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমৰ মৃদু অৱতৰণৰ আগতেই চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছিল বহুজনে!

কোনে কোনে জোনবাইৰ বুকুত অৱতৰণ কৰিছিল? নিউজ ডেক্স, ২৪ আগষ্টঃ ভাৰতৰ বিজ্ঞানীসকলৰ চমকপদ সফলতাৰ পূৰ্বেই বহুজনে অৱতৰণ কৰিছিল চন্দ্ৰপৃষ্ঠত। কাৰিকৰী চমত্কাৰ! চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমৰ মৃদু অৱতৰণৰ আগতেই চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছিল…

ন-বিজেপি, পুৰণি বিজেপি বুলি প্ৰকৃততে সংঘাত নাইঃ বিজেপিৰ জ্যেষ্ঠ নেতা ধ্ৰুৱ বৈশ্য

‘নতুন আহিব পুৰণি যাব, নতুনো এদিন পুৰণি হ’ব এইটো এটা প্ৰাকৃতিক নিয়ম’‘নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ চৰকাৰ, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যৰ চৰকাৰ আমাৰ আদৰ্শক বাস্তৱায়িত কৰাৰ কামত আন্তৰিকতাৰে…

ন বিজেপি, পুৰণি বিজেপি কনচেপ্টটো মই একচেপ্টই নকৰোঃ বিজেপিৰ জ্যেষ্ঠ নেতা শান্তনু গগৈ

‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিলৈ অহাৰ আগতে বিজেপিত কেইবাটাও পাৱাৰ চেণ্টাৰ আছিল। সেইবাবেই দলটো আগুৱাই যাব পৰা নাছিল’ ন বিজেপি, পুৰণি বিজেপি কনচেপ্টটো মই একচেপ্টই নকৰো। কিয়নো কোনো এজন…

ন-পুৰণি ধাৰণাটো বিৰোধীয়ে চৰ্চালৈ আনিছেঃ বিজেপিৰ জ্যেষ্ঠ নেতা যাদৱ ডেকা

‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত উন্নয়নৰ ক্ষেত্ৰত সকলো দিশতে সুস্থ বাতাবৰণৰ সৃষ্টি হৈছে’‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৈ কোনো নেতাই সফল নহ’ব’ বিজেপি দলৰ সংবিধান মানি যিদিনাই…