Month: November 2025

ধিঙত যি দিনা উচ্ছেদ চলিব সেইদিনা অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্ববৃহৎ বিজয়ী দিৱস হ’ব – শৃংখল চলিহা

খিলঞ্জীয়া কেতিয়াও বাংলাদেশীৰ তলত নাথাকে – শৃংখল চলিহাধিঙত যি দিনা উচ্ছেদ চলিব সেইদিনা অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্ববৃহৎ বিজয়ী দিৱস হ’ব – শৃংখল চলিহাধিঙৰ বিধায়ক আমিনুল ইছলামক দেখিলে গুৱাহাটীৰ চিটি বাছৰ…

অসম কৃষি বিশ্ববিদ্যালয়ত কুঁহিয়াৰ গৱেষণা প্ৰকল্পৰ দুদিনীয়া সৰ্বভাৰতীয় কৰ্মশালা আৰম্ভ

সৰ্বভাৰতীয় কুঁহিয়াৰ গৱেষণা প্ৰকল্পৰ বাৰ্ষিক কর্মশালাখন দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে।অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বুঢ়ালিকচনৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ কুঁহিয়াৰ, ঔষধি আৰু সুগন্ধি উদ্ভিদ গৱেষণা কেন্দ্ৰৰ…

দলীয় কৰ্মীক ভয় কৰে সাংসদ গৌৰব গগৈয়ে

সামাজিক মাধ্যমত গৌৰৱ গগৈক ক্ষোভ উজাৰিলে দলীয় কৰ্মীয়েদলীয় কৰ্মীক ভয় কৰে সাংসদ গৌৰব গগৈয়েকি কাৰণত নিজৰ দলীয় কৰ্মীক ব্লক কৰিলে গৌৰৱে? সাংসদ গৌৰৱ গগৈক লৈ দলীয় কৰ্মীৰ ক্ষোভ বৃদ্ধি। সামাজিক…

গৌৰৱ গগৈৰ পিছত ‘সমন্বয়’ৰ নামত মিঞা তুষ্টিকৰণত লাগিল লুৰিণজ্যোতি গগৈ

মিঞা প্ৰদূষিত অঞ্চলত ব্যাপক প্ৰচাৰ অসম জাতীয় পৰিষদৰগৌৰৱ গগৈৰ পিছত ‘সমন্বয়’ৰ নামত মিঞা তুষ্টিকৰণত লাগিল লুৰিণজ্যোতি গগৈভূমি–সংস্কৃতিৰ প্রশ্ন এৰাই AJP–ৰ সমন্বয় ৰাজনীতি: ২৬ৰ নিৰ্বাচনত নতুন সমীকৰণৰ সঙ্কেত মিঞা প্ৰধান অঞ্চলত…

জামিন পালে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলামে…

জামিন পালে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলামেইছলামৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়েধিঙৰ AIUDFৰ বিধায়ক ইছলামক শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰআমিনুল ইছলামৰ গ্ৰেপ্তাৰক বেআইনী আখ্যা উচ্চ ন্যায়ালয়ৰNSA…

অযোধ্যাৰ ৰাম মন্দিৰৰ ধৰ্মধ্বজা উত্তোলন প্রধানমন্ত্ৰী মোদীৰ…

অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰত আজি অনুষ্ঠিত হ’ল এক বিশেষ ধৰ্মীয় মুহূৰ্ত। পুৱা ১১:৫৮ বজাত শুভ সময়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্দিৰৰ ওপৰত ধৰ্মধ্বজা উত্তোলন কৰি মন্দিৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিক সম্পূৰ্ণতাক ঘোষণা…

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ন্যায়িক আয়োগৰ সময়সীমা বৃদ্ধি…

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ন্যায়িক আয়োগৰ সময়সীমা বৃদ্ধি১২ ডিচেম্বৰলৈ বৃদ্ধি কৰা হ’ল ন্যায়িক আয়োগৰ সময়সীমাদেওবাৰৰ বাহিৰে সপ্তাহৰ বাকীকেইদিনত দিব পাৰিব শপতনামাপুৱা ১০.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈকে দিব পাৰিব শপতনামা২২…

সামৰণি পৰিল দেশৰ অভিনয় জগতৰ এটি বৰ্ণিল অধ্যায়ৰ! জনপ্ৰিয় প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ শেষ নিশ্বাস ত্যাগ…

সামৰণি পৰিল দেশৰ অভিনয় জগতৰ এটি বৰ্ণিল অধ্যায়ৰ। জনপ্ৰিয় প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই ত্যাগ কৰিলে শেষ নিশ্বাস ৷ ‘বলীউডৰ হি-মেন’ খ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ।মুম্বাইৰ নিজ বাসগৃহত…

“সকলোৰে ভালৰ বাবেই এই সিদ্ধান্ত। সকলো ভালে থাকিব।”

বিয়ালৈ মাজত আছিল মাত্ৰ ১১দিন। চিঠিও ছপা কৰি উলিয়াই দুই এজন অতিথিক নিমন্ত্ৰণ দিয়া হৈছিল। কিন্তু হঠাতে যেন সকলো খেলি মেলি হৈ গ’ল। গুৱাহাটীত এটা সংবাদমাধ্যমত বাতৰি পৰিৱেশক হিচাপে কাম…

পুনৰ বিপদত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত চুমি বৰা,বিশাল ফুকন, তাৰ্কিক বৰা

পুনৰ বিপদত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত চুমি বৰা,বিশাল ফুকন, তাৰ্কিক বৰাCBI ৰ তদন্তৰ বাবে আদালতৰ নজৰবন্দীৰ নিৰ্দেশ আটাইকেইজনৰ বিৰুদ্ধেবিদেশ বা অন্য ঠাইলৈ যাবলৈ আদালতৰ আগতীয়া অনুমতি ল’ব লাগিব চুমি, তাৰ্কিক,বিশালেআনহাতে, আন…