Month: November 2025

ৰাহুল গান্ধীলৈ মুকলি পত্ৰ নিৰ্বাচন আয়োগৰ…

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মন্তব্য দি বিপদত ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ বিৰুদ্ধে থিয় দিলে ১৬ গৰাকী প্ৰাক্তন ন্যায়াধীশে। নিৰ্বাচন আয়োগক বদনাম কৰা ৰাহুল গান্ধীৰ বিৰুদ্ধে মুকলি পত্ৰ। ১২৩ গৰাকী অৱসৰপ্ৰাপ্ত আমোলাৰো…

ৰাজ্যৰ প্ৰশাসনত ব্যাপক সালসলনি! ৭৩গৰাকী পৰিদৰ্শকক বদলি…

ৰাজ্যৰ প্ৰশাসনত ব্যাপক সালসলনি৭৩গৰাকী পৰিদৰ্শকক বদলি অমৃত কুমাৰ সিঙক কাছাৰৰ পৰা গুৱাহাটী আয়ুক্তৰ কাৰ্যালয়লৈ বদলিঅমৰ ঘোষক বৰপেটাৰ পৰা দক্ষিণ শালমাৰালৈ বদলিশৈলেন কুমাৰ কলিতাক বঙাইগাঁও DEFৰ পৰা বৰপেটালৈ বদলিদীননাথ মিলিক বঙাইগাঁও…

জুবিনৰ জন্মদিনৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ…

জন্মদিনৰ দিনাই জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ইতিবাচক খবৰএখোজ আগবাঢ়িলে জুবিন গাৰ্গক ন্যায় প্ৰদান প্ৰক্ৰিয়া, ছিংগাপুৰত মৃত্যু হোৱা জুবিন গাৰ্গৰ আইনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আঁতৰিল বাধাকেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ…

কন্যাৰ জন্মদিনৰ দিনাই অগ্নিদগ্ধ হৈ মত্যু পিতৃ-মাতৃৰ

গুৱাহাটী ভৰলুমুখত সংঘটিত হৈছে এটা অত্যন্ত দুখজনক ঘটনা। কন্যাৰ জন্মদিন আনন্দেৰে উদযাপন কৰিবলৈ পিতৃ-মাতৃয়ে ঘৰত বিশেষ আয়োজন কৰিছিল। কিন্তু নিয়তিৰ কি খেলা কন্যাৰ জন্মদিনৰ দিনাই অগ্নিদগ্ধ হৈ মত্যু পিতৃ-মাতৃৰ। ঘটনাটো…

জুবিন ক্ষেত্ৰৰ সমীপত কোন “গগৈ পৰিয়াল”ৰ মাটি?

দেৱব্ৰত শইকীয়াই অনা অভিযোগৰ আঁৰত আছে নেকি “গগৈ পৰিয়াল”ৰ মাটিৰ সম্পৰ্ক সঁচাকৈয়ে মন্ত্ৰী অশোক সিংঘলক টাৰ্গেত কৰিছে নে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই? নে শইকীয়াৰ অভিযোগৰ আঁৰত আছে অন্য কিবা ৰহস্য!…