ৰাজ্যৰ প্ৰশাসনত ব্যাপক সালসলনি
৭৩গৰাকী পৰিদৰ্শকক বদলি

অমৃত কুমাৰ সিঙক কাছাৰৰ পৰা গুৱাহাটী আয়ুক্তৰ কাৰ্যালয়লৈ বদলি
অমৰ ঘোষক বৰপেটাৰ পৰা দক্ষিণ শালমাৰালৈ বদলি
শৈলেন কুমাৰ কলিতাক বঙাইগাঁও DEFৰ পৰা বৰপেটালৈ বদলি
দীননাথ মিলিক বঙাইগাঁও DEFৰ পৰা ডিব্ৰুগড়লৈ বদলি
জ্যোতির্ময় দত্তক হাইলাকান্দি DEFৰ পৰা বঙাইগাঁৱলৈ বদলি
যোছেফ ভি কেইভমক কাছাৰ DEFৰ পৰা কাৰ্বি আংলঙলৈ বদলি
জনপান বে’ক কাছাৰ DEFৰ পৰা CID কার্যালয়লৈ বদলি
হাওকাম চাংছেনক কাছাৰৰ পৰা DIGPৰ কাৰ্যালয়লৈ বদলি
এলবাৰ্ট এল ৰিয়েংছেটিক DIGPৰ কাৰ্যালয়ৰ পৰা কাছাৰলৈ বদলি
সোমেশ্বৰ কোঁৱৰক শ্ৰীভূমি DEFৰ পৰা কাছাৰলৈ বদলি
প্রিতম দাসক দুর্নীতি নিবাৰক শাখাৰ পৰা ধুবুৰীলৈ বদলি
উত্তম মালাকৰক ডিব্ৰুগড় DEFৰ পৰা ধুবুৰীলৈ বদলি
ৰাজু চেত্ৰীক ডিব্ৰুগড়ৰ পৰা হোজাইলৈ বদলি
ভাস্কৰ শইকীয়াক ডিব্ৰুগড়ৰ পৰা হোজাইলৈ বদলি
লৰেন্স জৌটিক ডিমা হাছাও DEFৰ পৰা শিলচৰলৈ বদলি
পৰমিন্দৰ সিঙক CID কাৰ্যালয়ৰ পৰা ডিমা হাছাওলৈ বদলি
পৌলুছ নাৰ্জাৰীক গোৱালপাৰা DEFৰ পৰা পাণ্ডু GRPলৈ বদলি
বিশ্বজ্যোতি শর্মাক গোৱালপাৰাৰ পৰা মৰিগাঁৱলৈ বদলি
আনন্দ ৰাভাক বাক্সা DEFৰ পৰা গোৱালপাৰালৈ বদলি
ভাগৱ বৰবৰাক গোৱালপাৰা 17 APBn.ৰ পৰা গোৱালপাৰা DEFলৈ বদলি
প্রবীণ ভৰালীক গোলাঘাট DEFৰ পৰা বঢ়মপুৰলৈ বদলি
ভৰত চন্দ্ৰ কোঁৱৰক সীমান্ত শাখাৰ পৰা গোলাঘাটলৈ বদলি
ৰাজেন পাও ৰংমাইক হাইলাকান্দিৰ পৰা ডিব্ৰুগড়লৈ বদলি
দেৱানন্দ দাসক শিলচৰ DEFৰ পৰা হাইলাকান্দিলৈ বদলি
শশধৰ কলিতাক হোজাই DEFৰ পৰা বিশ্বনাথলৈ বদলি
কৈলাস মালাকৰক হোজাইৰ পৰা CID কার্যালয়লৈ বদলি
লক্ষ্মণ কুমাৰ দাসক যোৰহাটৰ পৰা সীমান্ত শাখালৈ বদলি
ৰাহুল দেউৰীক যোৰহাট DEFৰ পৰা STFলৈ বদলি
নুৰুল হুছেইনক যোৰহাটৰ পৰা দুৰ্নীতি নিবাৰক শাখালৈ বদলি
নৱ কুমাৰ শইকীয়াক কাৰ্বি আংলঙৰ পৰা দুৰ্নীতি নিবাৰক শাখালৈ বদলি
নৱজিৎ নাথক কামৰূপৰ পৰা দুৰ্নীতি নিবাৰক শাখালৈ বদলি
উত্তম অধিকাৰীক শ্রীভূমি DEFৰ পৰা কাছাৰলৈ বদলি
তৰংগ পাটোৱাৰীক CID কাৰ্যালয়ৰ পৰা শ্রীভূমিলৈ বদলি
সঞ্জয় বুঢ়াগোহাঁইক দুর্নীতি নিবাৰক শাখাৰ পৰা শ্ৰীভূমিলৈ বদলি
মুকুল হাজৰিকাক দৰং DEFৰ পৰা দুৰ্নীতি নিবাৰক শাখালৈ বদলি
এথাৰ ছোৰেনক দৰঙৰ পৰা CID কার্যালয়লৈ বদলি
চাণক্য দেউৰী দৰঙৰ পৰা দেৰগাঁৱলৈ বদলি
নিপু কলিতাক দুর্নীতি নিবাৰক শাখাৰ পৰা দৰঙলৈ বদলি
হেমন্ত বৰুৱাক পাণ্ডু GRPৰ পৰা দৰঙলৈ বদলি
নয়নজ্যোতি দাসক CID কাৰ্যালয়ৰ পৰা দৰং DEFলৈ বদলি
ৰাতুল হালৈক ধুবুৰী DEFৰ পৰা ডিব্ৰুগড়লৈ বদলি
তুগুল বড়োক ধুবুৰী DEFৰ পৰা কামৰূপলৈ বদলি
লগতে আন কেইবাগৰাকী পৰিদৰ্শকক বদলি

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *