পুনৰ বিপদত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত চুমি বৰা,বিশাল ফুকন, তাৰ্কিক বৰা
CBI ৰ তদন্তৰ বাবে আদালতৰ নজৰবন্দীৰ নিৰ্দেশ আটাইকেইজনৰ বিৰুদ্ধে
বিদেশ বা অন্য ঠাইলৈ যাবলৈ আদালতৰ আগতীয়া অনুমতি ল’ব লাগিব চুমি, তাৰ্কিক,বিশালে
আনহাতে, আন এজন অভিযুক্ত অভিজিৎ চন্দকো একেই নিৰ্দেশ আদালতৰ
ইতিমধ্যে সমগ্ৰ ট্ৰেডিং কেলেংকাৰীৰ তদন্ত অব্যাহত আছে CBI ৰ
CBI ৰ বিশেষ ন্যায়াধীশৰ আদালতত চুমি,তাৰ্কিক,বিশাল,অভিজিতৰ বিৰুদ্ধে আছে ২৯/২৫ নম্বৰত এক গোচৰ
CBI ৰ এই গোচৰটোৰ ১২ ডিচেম্বৰত হ’ব প্ৰথমতো শুনানি
শুনানিত উপস্থিত থকাতো বাধ্যতামূলক আটাইকেইজনৰ
স্বাস্থ্যজনিত কাৰণক বাদ দি আটাইকেইজনে এৰিব নোৱাৰিব অসম
ইতিমধ্যে চুমি বৰাৰ পাছপ’ৰ্ট, তাৰ্কিক বৰাৰ কেমেৰা,লেপটপ বিচাৰি আদালতত কৰা আবেদন অগ্ৰাহ্য কৰিছে বিশেষ ন্যায়াধীশৰ আদালতে
বৰ্তমান জামিনত আছে আটাইকেইজন অভিযুক্ত