জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ন্যায়িক আয়োগৰ সময়সীমা বৃদ্ধি
১২ ডিচেম্বৰলৈ বৃদ্ধি কৰা হ’ল ন্যায়িক আয়োগৰ সময়সীমা
দেওবাৰৰ বাহিৰে সপ্তাহৰ বাকীকেইদিনত দিব পাৰিব শপতনামা
পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈকে দিব পাৰিব শপতনামা
২২ নৱেম্বৰত অন্ত পৰিছিল ৰাজহুৱা শুনানিৰ সময়সীমা
প্রথম পৰ্যায়ৰ শুনানিত ৩৯ খন শপতনামা হৈছিল দাখিল
আশা কৰা ধৰণে ন্যায়িক আয়োগৰ সন্মুখলৈ অহা নাছিল দল-সংগঠন
ওলাই অহা নাছিল জুবিন গাৰ্গৰ ঘনিষ্ঠ বহু লোকো

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *