মঙলদৈৰ ননৈ নদীৰ দুয়োকাষৰ মথাউৰি মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
এইবাৰ ক’ৰবাত মথাউৰি ছিগিলে মুখ্যমন্ত্ৰীৰ আগ্ৰহত গোটেই মথাউৰিটোৱেই সৱলীকৰণ কৰাৰ উদ্যোগ লোৱা হৈছেঃ মন্ত্ৰী পীযুষ হাজৰীকা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দৰং জিলাৰ ননৈ নদীৰ দুয়োপাৰৰ মথাউৰিৰ বহুকেইটা অঞ্চল ভ্ৰমণ…