অৰুণাচলৰ হাইলঙত ভয়ংকৰ দুৰ্ঘটনাত পাহাৰৰ তলত পৰে শ্ৰমিক কঢ়িওৱা ট্ৰাক
ভাৰত–চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত সোমবাৰ নিশা এটা শোকাবহ ঘটনাৰ খবৰ আহিছে। তিনিচুকীয়াৰ পৰা কামৰ বাবে হায়ুলিয়াং–ছাগলাহগাম অভিমুখী ২২ জন শ্ৰমিক লৈ যোৱা এখন ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ দ’…