আজি বিশ্ব ধপাত বিৰোধী দিৱস। জানো আহক ধপাত সেৱনৰ ফলত কি হ’ ব পাৰে !
নিউজ ডেস্ক,৩১ মে’ঃ আজি বিশ্ব ধপাত বিৰোধী দিৱস। প্ৰত্যেক বছৰে ৩১ মে’ত বিশ্ব ধপাত দিৱস পালন কৰা হয়। ধপাত ব্যৱহাৰৰ বিপদ, ধপাত কোম্পানীবোৰৰ ব্যৱসায়িক পদ্ধতি, আৰু বহুতো বিষয়ে জনসাধাৰণক অৱগত…