বাংগালুৰুত বিমানত আকস্মিকভাবে মৃত্যু হোৱা হাফলঙৰ ব্যক্তিৰ নশ্বৰদেহ ঘৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত মন্ত্ৰী পীযুষ হাজৰীকাৰ সহায়
অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তৎপৰতাত মৃতদেহ ঘৰলৈ শীঘ্ৰে ঘূৰাই আনিব পাৰি ৰাজ্য চৰকাৰলৈ কৃতজ্ঞতা পৰিয়ালৰ অসমৰ ডিমা হাচাও জিলাৰ পৰা বাংগালুৰুলৈ চিকিৎসাৰ বাবে যোৱা সত্তৰোৰ্দ্ধৰ ব্যক্তি এগৰাকীয়ে যোৱা বৃহস্পতিবাৰে বিমানত উঠাৰ…