মুখ্যমন্ত্ৰী শৰ্মা লৈ বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত বৈ উলিওৱা এখনি বস্ত্ৰ
আজি মৰিগাঁৱত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণৰ বাবে জিলাখনত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উক্ত ভ্ৰমণৰ সময়ছোৱাত মৰিগাঁৱৰ তিলোত্তমা বৰুৱাই বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত বৈ উলিওৱা এখনি বস্ত্ৰ, গীতা-ভাগৱতৰ পুথি…