নগাঁৱৰ ধূপগুৰিত সংখ্যালঘু সংগ্রাম পৰিষদৰ নগাওঁ জিলা সমিতিৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন
নগাওঁ জিলাৰ পশ্চিম প্ৰান্তৰ ধূপগুৰিৰ ফকৰ উদ্দিন আলী আহমেদ হাই স্কুল খেল পথাৰত অসম সংখ্যলঘু সংগ্রাম পৰিষদৰ নগাওঁ জিলা সমিতিৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশনখনি সুকলমে অনুষ্ঠিত হৈ যায় ৷ এই মৰ্মে,…