Category: Uncategorized

অসম মল্লযুঁজ সন্থাক স্বীকৃতি ভাৰতীয় মল্লযুঁজ সন্থাৰ

এয়া বিজয়ৰ ক্ষণঃ ৰাতুল শৰ্মা নিউজ ডেক্স, ২২ জুলাইঃ অসম মল্লযুঁজ সন্থাক আজি স্বীকৃতি প্ৰদান কৰে ভাৰতীয় মল্লযুঁজ সন্থাই। ১৯৮৯চনতে প্ৰতিষ্ঠা হোৱা অসম মল্লযুঁজ সন্থাক ভাৰতীয় মল্লযুঁজ সন্থাই বিভিন্ন ক্ষেত্ৰত…

ডিমা হাছাও জিলাৰ জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ ওপৰত পৰ্যালোচনা সভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

নিউজ ডেক্স, ১৪ জুলাইঃ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি জনস্বাস্থ্য কাৰিকৰী বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা জিলা জল আৰু স্বচ্ছতা অভিযান(DWSM)-ৰ সকলো বিষয়াৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰি…

গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

নিউজ ডেক্স, ৪ জুলাইঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গোৱালপাৰা জিলা ভ্ৰমণ কৰি গোৱালপাৰা চহৰখনৰ বলদমাৰি অঞ্চলৰ পৰা আৱৰ্ত ভৱন পৰ্যন্ত প্ৰায় এক কিল’মিটাৰ অংশত ব্ৰহ্মপুত্ৰ নদীয়ে…

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ দ্বাৰা ‘অসম জব পর্টেল’ ৰ শুভ উদ্বোধনী

১০০ জন হোটেল কৰ্মচাৰীক ASDM-ৰ দ্বাৰা দক্ষতা বৃদ্ধি (Upskilling) প্রশিক্ষণৰ শুভাৰম্ভণি নিউজ ডেক্স. ৪ জুলাইঃ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কটাবাৰী, গড়চুকৰ অসম দক্ষতা বিকাশ অভিযান(ASDM)-ৰ…

নগাঁৱৰ ডিমৌৰ লক্ষ্মী আত্ম সহায়ক গোটৰ প্ৰতিষ্ঠা দিৱস পালন

নগাওঁ জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া নিজ ডিমৌৰ লক্ষ্মী আত্ম সহায়ক গোটৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি বেছ উলহ-মালহেৰে গোটৰ নিজা কাৰ্যালয়ত পালন কৰা হয়। সেই অনুসৰি পুৱাৰ ভাগত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ…

অসম কৃষি বিশ্ববিদ্যালয়ত আধুনিক কৃষি যন্ত্র-পাতিৰ ব্যৱহাৰ, প্ৰতিপালন আৰু মেৰামতিৰ এমহীয়া প্ৰশিক্ষণ

যোৰহাট, ৩ জুলাইঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অভিযান্ত্রিক বিভাগে আধুনিক কৃষি যন্ত্রপাতি সমূহৰ ব্যৱহাৰ, প্ৰতিপালন আৰু মেৰামতিৰ ওপৰত অহা ১ আগষ্টৰ পৰা ৩০ আগষ্টলৈ যোৰহাটৰ বিশ্ববিদ্যালয়ৰ মুল চৌহদত এটা এমহীয়া…

নগাঁৱত ঘগ্ৰাপাৰ থানাৰ কিশোৰী নিৰ্যাতনৰ ঘটনাৰ প্ৰতিবাদ প্ৰগতিশীল নাৰী সন্থাৰ

আৰক্ষীৰ ভিতৰছোৱাত জোকাৰণিৰ সৃষ্টি কৰা ঘগ্ৰাপাৰ থানাৰ কিশোৰী নিৰ্যাতনৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাই দেওঁবাৰে নগাঁও জিলাৰ কাতিমাৰী গ্ৰান্টত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সন্থাৰ নগাঁও…

মিছা কথাৰে মানুহক ভুলকৈ পৰিচালিত কৰাটো অতি মাৰাত্নকঃ পবিত্ৰ মাৰ্ঘেৰিটা

অখিল, লুৰীণজ্যোতি আৰু গৌৰৱ তিনি গগৈৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ নিউজ ডেক্স, ২ জুলাইঃ এজনে সমষ্টি বিচাৰিছে, এজন হৈছে NGOৰ মালিক। লুৰীণজ্যোতি গগৈৰ বৰ্তমান গণভিত্তি নাই, তেওঁ এটা…

অনুসূচীত জাতিৰ ভুৱা প্ৰমাণ পত্ৰ বিতৰ্ক, চিআইডিৰ অনুসন্ধানৰ অন্ত ফলাফলহে শূণ্য

অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদে অনুসূচীত জাতি-জনজাতি লোকসকলৰ হকে বিভিন্ন সময়ত ভিন্ন সমস্যাৰাজী চৰকাৰৰ দৃষ্টি গোচৰ কৰি আহিছে । ইয়াৰ অংশস্বৰূপে ভুৱা আৰু জালিয়াতিৰে অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ লৈ চৰকাৰী…

ভয়ংকৰ দুৰ্ঘটনা …

নিউজ ডেস্ক,১ জুলাইঃ ভয়ংকৰ দুৰ্ঘটনা ৷ পশ্চিম কেনিয়াৰ ৰাজপথত সংঘটিত হৈছে দুৰ্ঘটনাটো। তীব্ৰবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই মহটিয়ালে বাহন আৰু পথচাৰীক ৷ দুৰ্ঘটনাটোত এই পৰ্যন্ত ৪৮ জনৰ মৃত্যু,আহত ৩০ গৰাকী ৷…