Category: Uncategorized

হিন্দী ছবি আদিপুৰুষক লৈ চলি থকা বিতৰ্কৰ মাজতেই এটা ভাল খবৰ..

নিউজ ডেস্ক,২৮ জুনঃ হিন্দী ছবি আদিপুৰুষক লৈ চলি থকা বিতৰ্কৰ মাজতেই এটা ভাল খবৰ। ৩ জুলাইৰ পৰা পুনৰ উপভোগ কৰিব পাৰিব ৰামানন্দ সাগৰৰ হিন্দী টিভি অনুষ্ঠান ৰামায়ণ। সন্ধিয়া ৭.৩০ মিনিটত…

মেট্ৰ’ ষ্টেচন ভ্ৰমণ কৰি অভিলেখ শশাংক মনুৰ..

নিউজ ডেস্ক,২৮ জুনঃ মেট্ৰ’ ষ্টেচন ভ্ৰমণ কৰি অভিলেখ শশাংক মনুৰ। ১৫ ঘণ্টা ২২ মিনিট ৪৯ ছেকেণ্ডত দিল্লীৰ সকলো মেট্ৰ’ ষ্টেচন ভ্ৰমণ কৰিলে মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ বাসিন্দা শশাংক মনুয়ে। শশাংক মনুৱে…

তিনি ককায়েকৰ হত্যাৰ বলি হ’ল ভনীয়েক…

নিউজ ডেস্ক,২৮ জুনঃ তিনি ককায়েকৰ হত্যাৰ বলি হ’ল ভনীয়েক। দেশত পুনৰ সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান ৰাজস্থানৰ ঢোলপুৰত। তিনিজন ককায়েকে অবৈধ সম্পৰ্ক থকাৰ সন্দেহত হত্যা কৰিছিল ভনীয়েক। তিনি…

ডিউটি শেষ হোৱাৰ বাবেই বিমান চলাবলৈ অস্বীকাৰ পাইলটৰ…

নিউজ ডেস্ক,২৭ জুনঃ ডিউটি শেষ হোৱাৰ বাবেই বিমান চলাবলৈ অস্বীকাৰ পাইলটৰ। জয়পুৰত সৃষ্টি হৈছে এই ঘটনাৰ। লণ্ডন-দিল্লীৰ পৰা অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ পাইলটজনে বেয়া বতৰৰ বাবে জয়পুৰত জৰুৰী অৱতৰণ…

১৬ বছৰ বয়স হ’লেই সংগীৰ সৈতে থাকিব পাৰিব আপুনি..

নিউজ ডেস্ক,২৭ জুনঃ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। ১৬ বছৰ বয়স হ’লেই সংগীৰ সৈতে থাকিব পাৰিব আপুনি। মেঘালয় উচ্চ ন্যায়ালয়ে জাৰি কৰিলে এই গুৰুত্বপূৰ্ণ ৰায়দান। ১৬ বছৰ হ’লেই ছোৱালীয়ে লব পাৰিব…

ধিং মহাবিদ্যালয়ত আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ অধীনস্থ ধিং মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি, ধিং মহাবিদ্যালয়ৰ ৰেড ৰিবন ক্লাৱ আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ উদ্যোগত অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সহযোগত সোমবাৰে আন্তৰ্জাতিক…

নগাঁৱৰ ভোমোৰাগুৰি লালুং গাঁৱত বিদ্যুৎস্পৃষ্ঠ হৈ নিহত শ্ৰমিক

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তর্গত ভোমোৰাগুৰি লালুং গাঁৱত আজি বিদ্যুৎস্পৃষ্ঠ হৈ এজন শ্ৰমিক নিহত হোৱাৰ লগতে আন এজন গুৰুত্বৰভাবে আহত হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত…

গণহত্যাৰ বলি হ’ল নেকি সুৰধ দাস..

নিউজ ডেস্ক,২৬ জুনঃ পলাশবাৰীৰ বৰিহাট ভাল্লাত ভয়ংকৰ কাণ্ড। ৰাইজৰ হাতত প্ৰাণ গ’ল এজনৰ। ছাগলী চুৰিৰ সন্দেহৰ পাছতে সৃষ্টি হয় এই ঘটনা। সুৰধ দাস নামৰ লোকজনক হত্যা। অঞ্চলটোত প্ৰত্যেক দিনাই চুৰি…

স্বদেশত প্ৰধানমন্ত্ৰীক ৰঙা গোলাপেৰে আদৰিলে বিজেপি নেতৃত্বই..

নিউজ ডেস্ক,২৬ জুনঃ স্বদেশত প্ৰধানমন্ত্ৰীক ৰঙা গোলাপেৰে আদৰিলে বিজেপি নেতৃত্বই । আমেৰিকা-ইজিপ্তৰ ভ্ৰমণ সামৰি ভাৰতত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিল্লীৰ পালম বিমান বন্দৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি…

৩০ জুনলৈ ৰাজ্যখনত ইন্টাৰনেট নিষেধাজ্ঞা কৰাৰ নিৰ্দেশ জাৰি প্ৰশাসনৰ..

নিউজ ডেস্ক,২৬ জুনঃ ৩০ জুনলৈ ৰাজ্যখনত ইন্টাৰনেট নিষেধাজ্ঞা কৰাৰ নিৰ্দেশ জাৰি প্ৰশাসনৰ। মণিপুৰ প্ৰশাসনে পুনৰ বৃদ্ধি কৰিলে ইন্টাৰনেট নিষেধাজ্ঞাৰ সময়সীমা। জাতিগত সংঘৰ্ষই এমাহ অতিক্ৰম কৰিলে মণিপুৰত। মণিপুৰত সৃষ্টি হোৱাৰ হিংসাৰ…