লিভ-ইন সংগীক হায়দৰাবাদত নৃশংস ভাৱে হত্যা প্ৰেমিকৰ !

নিউজ ডেস্ক,২৫ মে’ঃ লিভ-ইন সংগীক হায়দৰাবাদত নৃশংস ভাৱে হত্যা প্ৰেমিকৰ। শ্ৰদ্ধা ৱাকাৰৰ ঘটনা মাৰ নাযাওতেই দেশত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড। এটাৰ পাছত এটা হত্যা কাণ্ডই কঁপাইছে সমগ্ৰ দেশ। য়াৰাম অনুৰাধাৰ শৰীৰটো…

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি চৰ্চ্চাত সুৰজ তিৱাৰী।

নিউজ ডেস্ক,২৫ মে’ঃ শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি চৰ্চ্চাত সুৰজ তিৱাৰী। প্ৰথম প্ৰচেষ্টাতেই ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ উত্তৰ প্ৰদেশৰ মৈনপুৰীৰ সুৰজ তিৱাৰী । ২৯ বছৰীয়া সুৰজ তিৱাৰীৰ সফলতাৰ আঁৰত আছে এটা অনুপ্ৰেৰণাদায়ক কাহিনী…

চৰকাৰী বিদ্যালয়ৰ টিনপাতকে ধৰি বিভিন্ন সামগ্ৰী অবৈধভাৱে বিক্ৰী কৰি ধন আত্মসাৎ শিক্ষকৰ

চাপৰঃ ৰাজ্যত কিছুমাহ পূৰ্বে বহু বিদ্যালয় শিক্ষাবিভাগে একত্ৰিকৰণ কৰিছে। একত্ৰিকৰণৰ ফলত বহু বিদ্যালয় বন্ধ হৈ পৰিছিল। ফলত একাংশ শিক্ষকৰ বাবে এয়া হৈ পৰিছে সোণৰ কণী দিয়া হাঁহ। চাপৰ-শালকোচা শিক্ষাখণ্ডৰ অন্তৰ্গত…

আজি ৰাষ্ট্ৰীয় ভাতৃ দিৱস..

নিউজ ডেস্ক,২৪ মে’ঃ আজি ৰাষ্ট্ৰীয় ভাতৃ দিৱস। প্ৰত্যেক বছৰে ২৪ মে’ত ভাতৃ দিৱস উদযাপন কৰা হয়। ভাতৃ দিৱস হৈছে ভাইটিৰ সৈতে সৰুতে অতিবাহিত কৰা মিঠা স্মৃতিবোৰ পিছলৈ ঘূৰি চাবলৈ আৰু…

জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰত ভয়ংকৰ দুৰ্ঘটনা..

নিউজ ডেস্ক,২৪ মে’ঃ জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত হয় ৭ জন লোক। শ্ৰমিক কঢ়িওৱা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা। দ খাৱৈত পৰি মৃত্যু হয় ৭…

নগাঁৱত ‘কম্বাইন হাৰ্ভেষ্টাৰ’ৰ দ্বাৰা বৰোধান চপোৱা কাৰ্যসূচী ৰূপায়ণ

নগাঁও, ২৩ মে’: নগাঁও জিলাৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বেঙেনাআটি গাঁৱৰ পথাৰত কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত আৰু এপাৰ্টৰ সহযোগত মঙলবাৰে আধুনিক প্ৰযুক্তি সম্বলিত সঁজুলি কম্বাইন হাৰ্ভেষ্টাৰৰ দ্বাৰা বৰোধানৰ খেতি…

কাফ চিৰাপ ৰপ্তানিৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰী কেন্দ্ৰৰ..

নিউজ ডেস্ক, ২৩ মে’ঃ কাফ চিৰাপ ৰপ্তানিৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰী কেন্দ্ৰৰ। ৰপ্তানিৰ পূৰ্বে কাফ চিৰাপৰ পৰীক্ষা কৰিব লাগিব কোম্পানীসমূহে । যোৱা বছৰ ভাৰতীয় কোম্পানীয়ে তৈয়াৰ কৰা কাফ চিৰাপ সেৱন…

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ট্ৰাকত উঠি যাত্ৰা !

নিউজ ডেস্ক, ২৩ মে’ঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ট্ৰাকত উঠি যাত্ৰা। আম্বালা-চণ্ডিগড় ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰাকত উঠি ট্ৰাক চালকৰ সমস্যাৰ বুজ ললে ৰাহুল গান্ধীয়ে। লগতে ৰাহুল গান্ধীয়ে ট্ৰাক চালকসকলৰ সৈতে ধাবাতে…

নগাঁৱত এল কে ঈগলচ টাইকোৱানডো একাডেমীৰ জিলা ভিত্তিত প্ৰতিযোগিতাৰ সফল সমাপ্তি

নগাঁও টাইকোৱানডো একাডেমী শ্ৰেষ্ঠ নগাঁৱৰ অন্যতম অগ্ৰণী সমৰকলাৰ অনুষ্ঠান এল কে ঈগলচ টাইকোৱানডো একাডেমীৰ উদ্যোগত যোৱা ১৯ মে’ৰ পৰা তিনিদিনীয়াকৈ নগাঁও পুলিচ কমিউনিটি হলত এল কে ঈগলচ টাইকোৱানডো একাডেমী তৃতীয়…

ধিং শতদল শাখা‌ সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন সম্পন্ন

নগাঁও জিলাৰ প্ৰাচীনতম ধিং শতদল শাখা সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখনি সফলতাৰে সম্পন্ন হৈ যায় । এই উপলক্ষে শাখা সভাৰ সভাপতি মৃগাংক বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনি শেৱালি কবি ৰত্নকান্ত…