প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীক আওকাণ চৰকাৰৰ
নগাঁৱত শিক্ষাসেঁতুত অসহযোগেৰে বিভাগীয় টেবলেট ঘূৰাই দিয়া কাৰ্যসূচী ৰূপায়ণ ক্ষোভিত শিক্ষক সমাজৰ অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে ১৯৮২ চনৰ পৰাই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বাৰা…
অসম কৃষি বিশ্ববিদ্যালয়ত আন্তর্জাতিক চাহ দিবস উদযাপন
চিংফৌ চাহ খেতিয়ক সহ নব্বৈ উৰ্ধ্বৰ ক্ষুদ্ৰ চাহ খেতিয়কক সম্বৰ্ধনাঅসমৰ চাহ উদ্যোগৰ দ্বিশতবাৰ্ষিকীৰ লগত সংগতি ৰাখি বিশেষ সজাগতা সভা যোৰহাট,২১ মে’: চাহৰ পাত গুণগত মানৰ নহ’লে ভাল চাহ পাব নোৱাৰি।…
আজি ২১ মে’ আন্তৰ্জাতিক চাহ দিৱস
নিউজ ডেস্ক,২১ মে’ঃ আজি ২১ মে’ আন্তৰ্জাতিক চাহ দিৱস। সমগ্ৰ বিশ্বত চাহৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশটো গুৰুত্ব দিয়া হয়।ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই প্ৰতি বছৰে ২১ মে’ত এই দিনটো উদযাপন কৰাৰ সিদ্ধান্ত…
অষ্ট্ৰেলিয়াত স্কাইডাইভিং ৭০ বছৰীয়া মন্ত্ৰীৰ..
নিউজ ডেস্ক,২১ মে’ঃ অষ্ট্ৰেলিয়াত স্কাইডাইভিং কংগ্ৰেছ মন্ত্ৰীৰ। ৭০ বছৰীয়া কংগ্ৰেছ মন্ত্ৰী টি এছ সিং দেৱে কৰিলে স্কাইডাইভিং। ছত্তীশগড়ৰ স্বাস্থ্য মন্ত্ৰী টি এছ সিং দেৱে স্কাইডাইভিং কৰি ললে নতুন অভিজ্ঞতা। দেশৰ…
ৰে’ল যাত্ৰী সকলৰ বাবে এটা ভাল খবৰ।
নিউজ ডেস্ক,২১ মে’ঃ ৰে’ল যাত্ৰী সকলৰ বাবে এটা ভাল খবৰ। শীঘ্ৰে গুৱাহাটীৰ পৰা চলিব ‘বন্দে ভাৰত এক্সপ্ৰেছ’৷ নিউ জলপাইগুৰিলৈ অনা হৈছে অত্যাধুনিক ৰে’লখন। গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলিব ৰে’লখন।…
নগাঁৱৰ ধিঙত এআইইউডিএফৰ অৱস্থান ধৰ্মঘট
নগাঁৱৰ ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত শনিবাৰে এআইইউডিএফে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আচলতে, চৰ-চাপৰিত যুগ যুগ ধৰি বসবাস কৰি থকা লোকসকলক বিজেপি চৰকাৰে খেদি পঠিয়াই অঘৰী কৰাৰ…
নগাঁৱৰ জাজৰিত জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিবাদ প্ৰগতিশীল নাৰী সন্থাৰ
ৰাজ্য জোকাৰি যোৱা মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ অকাল মৃত্যুক সহজভাবে মানি ল’ব পৰা নাই বিভিন্ন ব্যক্তিৰ লগতে বহু দল-সংগঠনে ৷ আনকি জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে…
১ কোটি টকা দিলেই মহাকাশত হব আপোনাৰ বিয়া !
নিউজ ডেস্ক,২০ মে’ঃ মহাকাশত বিয়া পাতিব বিচাৰে নেকি আপুনি। এতিয়াৰে পৰা মন কৰিলে মহাকাশতো পাতিব পাৰিব বিয়া। ১ কোটি টকা দিলেই মহাকাশত হব আপোনাৰ বিয়া । পৃথিৱীৰ পৰা এক লাখ…
কৰ্ণাটকত মুখ্যমন্ত্ৰীৰূপে শপত ললে সিদ্দাৰামায়াই..
নিউজ ডেস্ক,২০ মে’ঃ কৰ্ণাটকত মুখ্যমন্ত্ৰীৰূপে শপত ললে সিদ্দাৰামায়াই। শপত ললে কংগ্ৰেছ চৰকাৰে। মুখ্যমন্ত্ৰী সিদ্ধাৰমায়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে শপত গ্ৰহণ। বেংগালুৰুৰ কান্তেৰাভা ষ্টেডিয়ামত কৰ্ণাটক চৰকাৰৰ আঠগৰাকী কেবিনেট মন্ত্ৰীয়ে…
ৰাজ্যৰ শিক্ষা খণ্ডলৈ নতুন নিৰ্দেশনা।
নিউজ ডেস্ক,২০ মে’ঃ ৰাজ্যৰ শিক্ষা খণ্ডলৈ নতুন নিৰ্দেশনা। টি-ছাৰ্ট,জিন্স পেন্ট পিন্ধি আহিব নোৱাৰিব বিদ্যালয়লৈ। শিক্ষয়ত্ৰীয়ে পিন্ধিব নোৱাৰিব জিন্স,টি-ছাৰ্ট,লেগিংছ। এতিয়াৰ পৰা ছাত্ৰ-ছাত্ৰীৰ সমান্তৰালকৈ শিক্ষক শিক্ষয়িত্ৰীৰো থাকিব ড্ৰেছ কোড। শিক্ষকে পিন্ধিব লাগিব…