৫৮ বছৰ বয়সত পিতৃ হ’ব বৰিছ জনছন।

নিউজ ডেস্ক,২০ মে’ঃ ৫৮ বছৰ বয়সত পিতৃ হ’ব বৰিছ জনছন। অষ্টমবাৰৰ বাবে পিতৃ হ’ব বৰিছ জনছন। বৰিছ জনছনৰ তৃতীয় পত্নী কেৰী জনছনে সদৰি কৰিলে মাতৃত্বৰ খবৰ। কেৰী জনছন এগৰাকী ব্ৰিটিছ…

ভয়ানক পৰিস্থিতি উত্তৰ ছিকিমত।

নিউজ ডেস্ক, ২০ মে’ঃ ভয়ানক পৰিস্থিতি উত্তৰ ছিকিমত। নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ ছিকিমত ভূমিস্খলন। লাচেন, লাচুং আৰু চুংথাং উপত্যকাত প্ৰচণ্ড প্ৰচণ্ড বৰষুণৰ বাবে হৈছে ভূমিস্খলন। বন্ধ হৈ পৰিছে যান বাহন…

হাৰিয়ানাৰ বিজেপি নেতা ৰতনলাল কাটাৰিয়াৰ দেহাৱসান।

নিউজ ডেস্ক,১৮ মে’ঃ হাৰিয়ানাৰ বিজেপি নেতা ৰতনলাল কাটাৰিয়াৰ দেহাৱসান। হাৰিয়ানা বাসীৰ বাবে দুঃখবৰ। আম্বালাৰ পৰা লোকসভাৰ সাংসদ আছিল ৰতনলাল কাটাৰিয়া। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কাটাৰিয়া।…

বিধায়ক ইৰফান আনছাৰীয়ে কিডনী বিক্ৰী কৰি বনাব মন্দিৰ !

নিউজ ডেস্ক,১৮ মে’ঃ বিধায়ক ইৰফান আনছাৰীয়ে কিডনী বিক্ৰী কৰি বনাব মন্দিৰ। কংগ্ৰেছ বিধায়ক ইৰফান আনছাৰীয়ে বনাব হনুমান মন্দিৰ। কৰ্ণাটক বিধানসভা নিৰ্বাচনত দলটোৰ ঐতিহাসিক জয়ত উল্লাসিত হৈ ইৰফান আনছাৰীয়ে ঘোষণা কৰিলে…

ইটালীত নেৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰ বানপানী

নিউজ ডেস্ক,১৮ মে’ঃ ইটালীত নেৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰ বানপানী। বানপানীৰ ফলত মৃত্যু ৯ জন লোকৰ। ভয়াৱহ বানপানীত হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে । বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান। বন্ধ…

কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হব ছিদ্দাৰামায়া

নিউজ ডেস্ক,১৭ মে’ঃ কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হব ছিদ্দাৰামায়া । জল্পনা কল্পনাৰ অন্ত পৰিল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ। মুখ থেকেচা খালে বিজেপিয়ে। অৱশেষত শেষ হাঁহি মাৰিলে কংগ্ৰেছে। শীঘ্ৰেই আনুষ্ঠানিকতা ঘোষণা কৰিব…

দেশ কঁপাই যোৱা ডাঃ ছৰিতা হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

নিউজ ডেস্ক,১৭ মে’ঃ দেশ কঁপাই যোৱা ডাঃ ছৰিতা হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান। ৱাৰ্ড বয় কিৰো মেচক দোষী সাব্যস্ত। ডিব্ৰুগড়ৰ চিৰিংহোলা গাঁৱৰ বাসিন্দা কিৰো মেচ। ইয়াৰ বিপৰীতে অভিযুক্ত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত…

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী জালিমুখত বান্ধ নিৰ্মাণৰ কাম পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

নিউজ ডেস্ক, ১৬ মে’: অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ কৰি জালিমুখত বিভাগৰ অধীনত নিৰ্মাণ হৈ থকা বান্ধৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰে ।…

কটহগুৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহৰ আয়োজন

নগাঁৱৰ প্ৰতিবেদক, ১৬ মে’: নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৰ এক বৃহত্তৰ অঞ্চল সামৰি প্ৰতিষ্ঠিত উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান কটহগুৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এখনি সমাৰোহৰ আয়োজন কৰা হৈছে ৷ এই মৰ্মে,…

তিনিচুকীয়াত অনুষ্ঠিত উপায়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক,১৬ মে’ঃ আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়াত অনুষ্ঠিত পঞ্চম জিলা উপায়ুক্ত সন্মিলনত অংশগ্ৰহণ কৰে। কালি জিলা উপায়ুক্ত সন্মিলনত ৰাজ্যৰ জিলাসমূহৰ উপায়ুক্তসকলক পাঁচটা গোটত বিভক্ত কৰি ৰাজ্য চৰকাৰৰ…