WhatsApp ত মেটাৰ নতুন সংযোজন..
নিউজ ডেস্ক,১৬ মে’ঃ WhatsApp ত মেটাৰ নতুন সংযোজন। ব্যক্তিগত কথোপকথনৰ বাবে হোৱাটছ এপত কৰি থব পাৰিব lock। WhatsApp ব্যৱহাৰকাৰীসকলৰ অন্তৰংগ কথোপকথনক আৰু অধিক ব্যক্তিগত কৰি তুলিবলৈ ঘোষণা কৰিছে এই সুবিধা।…
অসমৰ সুদক্ষ অভিনেতা আদিল হুছেইনলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান।
নিউজ ডেস্ক,১৬ মে’ঃ অসমৰ সুদক্ষ অভিনেতা আদিল হুছেইনলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। ‘ফুটপ্ৰিন্টছ অন ৱাটাৰ’ নামৰ চলচ্চিত্ৰ খনৰ বাবে প্ৰদান কৰা হয় এই বঁটা। লণ্ডনত অনুষ্ঠিত ইউ কে এছিয়ান চলচ্চিত্ৰ মহোৎসৱত…
হাপুৰত মৃত্যু ৪০ টাকৈ বান্দৰৰ।
নিউজ ডেস্ক,১৫ মে’ঃ হাপুৰত মৃত্যু ৪০ টাকৈ বান্দৰৰ। উত্তৰ প্ৰদেশত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। উত্তৰ প্ৰদেশৰ হাপুৰত ৪০ টাকৈ মৃত অৱস্থাত উদ্ধাৰ বান্দৰ। হাপুৰৰ গড়মুখেশ্বৰ অঞ্চলৰ জোপোহাৰ মাজত মৃত অৱস্থাত…
বালোদা বজাৰৰ সমীপত পথ দুৰ্ঘটনা।
নিউজ ডেস্ক,১৫ মে’ঃ বালোদা বজাৰৰ সমীপত পথ দুৰ্ঘটনা। ছত্তীশগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ানক পথ দুৰ্ঘটনা। এখন ট্ৰাকৰ সৈতে পিক আপ ভানৰ ভয়ানক সংঘৰ্ষ। দুৰ্ঘনাটোত শিশু সহ ৬ জন লোকৰ…
বহিঃৰাজ্যত মৃত্যু এজন অসমীয়া যুৱকৰ।
নিউজ ডেস্ক,১৫ মে’ঃ বহিঃৰাজ্যত মৃত্যু এজন অসমীয়া যুৱকৰ। দুৰ্বৃত্তৰ হাতত প্ৰাণ গ’ল বাবুল বৰাৰ। গহপুৰৰ বাবুল বৰাই কৰ্মসুত্ৰে আছিল দাদৰ নগৰ হাভেলীত। মাকৰ অসুখ হোৱা বাবে ঘৰলৈ অহাৰ পথতেই নৃশংস…
ধনৰ বিনিময়ত শিশু যোগান ধৰিছিল উৎপলা বসুৱে !
নিউজ ডেস্ক,১৫ মে’ঃ চিকিৎসক দম্পতিৰ কু-কীৰ্তিৰ নতুন তথ্য। শিশু নিৰ্যাতনৰ গোচৰত বৰপেটাৰ পৰা আটক আন এগৰাকী মহিলা। বৰপেটাত নিশা অভিযান চলাই আটক কৰে মহিলা গৰাকীক। ধনৰ বিনিময়ত শিশু যোগান ধৰিছিল…
শীঘ্ৰেই ঘোষণা হব মেট্ৰিকৰ ফলাফল।
নিউজ ডেস্ক,১৪ মে’ঃ শীঘ্ৰেই ঘোষণা হব মেট্ৰিকৰ ফলাফল। মে’ৰ শেষত ফলাফল ঘোষণা । ঢকুৱাখনা ফাট বিহুৰ অনুষ্ঠানত ভাগ লৈ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ। ছেবাৰ ৱেবচাইটত ঘোষণা কৰা হব ফলাফল। ফলাফল ঘোষণা…
ঢকুৱাখনা ফাঁট বিহুৰ আজি অন্তিমটো দিন।
নিউজ ডেস্ক,১৪ মে’ঃ ঢকুৱাখনা ফাঁট বিহুৰ আজি অন্তিমটো দিন। সামৰণি অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লোকে লোকাৰণ্য মহখুলি চাপৰি। সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ। শান্তি,সম্প্ৰতি আৰু…
জম্মু-কাশ্মীৰৰ অনন্তনাগত এনকাউণ্টাৰ !
নিউজ ডেস্ক,১৪ মে’ঃ জম্মু-কাশ্মীৰৰ অনন্তনাগত এনকাউণ্টাৰ। আজি পুৱা উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হৈছে গুলীয়াগুলী। জিলাখনৰ সংগম অঞ্চলত উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্যৰ পিছতে অভিযান চলাইছিল আৰক্ষীয়ে। উগ্ৰপন্থীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা…
কৃষ্ণসাগৰ হ্ৰদত ডুবি কৰুণ মৃত্যু ৫ জন কিশোৰৰ।
নিউজ ডেস্ক,১৪ মে’ঃ এক শোকাৱহ ঘটনা। গুজৰাটৰ কৃষ্ণসাগৰ হ্ৰদত ডুবি কৰুণ মৃত্যু ৫ জন কিশোৰৰ। ২ জন কিশোৰক বচাবলৈ গৈ আন ৩ জনৰো মৃত্যু। মৃত আটাইকেইজনৰ বয়স ১৫ ৰ পৰা…