গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ উদ্যোগত ৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি, অভ্যৰ্থনা কমিটী গঠন

নিউজ ডেস্ক, ৯ মে’: গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা ৰাভা মহিলা পৰিষদৰ উদ্যোগত তথা দ্বাৰকা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনূসূচী দাবী কমিটীৰ সহযোগত…

নগাঁৱত ১৩ মে’ত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে নগাওঁ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ১৩ মে’ত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে । উক্ত দিনা…

বটদ্ৰৱাৰ কদমণি পথাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দম্পতী

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অসাধু চক্ৰই অব্যাহত ৰাখিছে নিষিদ্ধ ড্ৰাগছৰ বেহা ৷ ইয়াৰ মাজতে জিলাখনৰ পশ্চিম প্ৰান্তৰ বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন কদমণি পথাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ…

জনতা ভৱনত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ

অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীক কেন্দ্ৰীয় চৰকাৰে আগবঢ়াই অহা জলপানি সন্দৰ্ভত আলোচনা, ৰাজ্যখনৰ সকলো পাবলগা শিক্ষাৰ্থীয়ে জলপানি লাভ কৰা সুনিশ্চিত কৰিবলৈ পদক্ষেপ গ্ৰহণ নিউজ ডেক্স, ২৯ এপ্ৰিলঃ অসম…

এইমছত উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি নিৰীক্ষণ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

‘অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ), গুৱাহাটী’ৰ উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগা এই কেন্দ্ৰীয় চিকিৎসা শিক্ষা আৰু গৱেষণা…

ভালুকমাৰীত প্ৰয়াত নাট্যশিল্পী বিৰাজ হাজৰিকাৰ প্ৰতিমূৰ্ত্তি উন্মোচন

নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ভালুকমাৰীৰ নিবাসী প্ৰয়াত বিশিষ্ট নাট্য শিল্পী বিৰাজ হাজৰিকাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে বুধবাৰে শিল্পীগৰাকীৰ বাসগৃহৰ সন্মুখত এটি প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হয় । এই মৰ্মে, চিকিৎসক ডাঃ…

গুৱাহাটীত অসম-অৰুণাচল প্ৰদেশ সীমা সমস্যা সমাধানৰ বাবে গঠিত আঞ্চলিক সমিতিৰ বৈঠক, অসমৰ মন্ত্ৰী পীযুষ হাজৰীকা আৰু অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা নাটুঙৰ উপস্থিতিত বৈঠক

অসমৰ শোণিতপুৰ (পূৰ্বৰ বিশ্বনাথ জিলা অংশ) আৰু অৰুণাচলৰ পাকে কিচাং জিলাৰ মাজৰ বিবাদিত সীমা অঞ্চলৰ সমাধানৰ পদক্ষেপ সাজু, দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিৰ পৰস্পৰ বুজাবুজিৰে সমাধান সূত্ৰ প্ৰস্তুত অসম চৰকাৰৰ জলসম্পদ,…

চাহ বাগিচাত জে জে এম ৰূপায়ণত সহায় কৰিবলৈ চাহ বাগিচা পৰিচালনা সমিতি আৰু অংশীদাৰসকলক আহ্বান মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

চাহ বাগিচাৰ শ্ৰমিকৰ বিশুদ্ধ খোৱাপানী সুনিশ্চিত কৰিলে তেওঁলোকৰ জীৱনধাৰণৰ মানদণ্ড উন্নীত হ’বঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত জল জীৱন অভিযান আৰু স্বচ্ছ ভাৰত অভিযানৰ সফল ৰূপায়ণৰ…

অসম কৃষি বিশ্ববিদ্যালয়ত চাহত মূল্য সংযোজন ওপৰত উচ্চস্তৰীয় কৰ্মশালা

ৰাজ্যৰ নিৰ্বাচিত চাহ উদ্যোগীৰ অংশগ্ৰহণ সময়ৰ লগে লগে চাহখেতিত অহা প্ৰত্যাহ্বান আৰু সম্ভাৱনা সমুহৰ সৈতে পৰিচিত হৈ চাহত মুল্য সংযোজনৰ জৰিয়তে উদ্যোগিক সামৰ্থ্যতা বৃদ্ধিৰ ওপৰত এখন উচ্চস্তৰীয় কৰ্মশালা আজি যোৰহাটৰ…

সুৰজিৎ একাডেমীত বিশ্ব পুতলা নাচ দিৱস পালন

আজি বিশ্ব পুতলা নাচ দিৱস। প্ৰতি বছৰে ইংৰাজী মাৰ্চ মাহৰ ২১ তাৰিখে গোটেই বিশ্বতে বিশ্ব পুতলা নাচ দিৱস উদযাপন কৰা হয়। বিশ্বৰ বিভিন্ন ঠাইত পুতলা নাচ দিৱস পালন কৰা হৈছে।…