মঙলদৈৰ ননৈ নদীৰ দুয়োকাষৰ মথাউৰি মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
এইবাৰ ক’ৰবাত মথাউৰি ছিগিলে মুখ্যমন্ত্ৰীৰ আগ্ৰহত গোটেই মথাউৰিটোৱেই সৱলীকৰণ কৰাৰ উদ্যোগ লোৱা হৈছেঃ মন্ত্ৰী পীযুষ হাজৰীকা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দৰং জিলাৰ ননৈ নদীৰ দুয়োপাৰৰ মথাউৰিৰ বহুকেইটা অঞ্চল ভ্ৰমণ…
গুৱাহাটীৰ পামহীত চৰকাৰী ব্যৱস্থাৰে পৰিচালিত নিচামুক্তি কেন্দ্ৰ উদ্ধোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ
বিগত ছয় মাহত গুৱহাটীৰ নিচামুক্তি কেন্দ্ৰসমূহৰ অৱস্থা উন্নত হৈছেঃ মন্ত্ৰী হাজৰীকা নিচামুক্ত দেশ গঢ়াৰ সংকল্পৰে আমি কাম কৰি আছো আৰু কৰি যামঃ মন্ত্ৰী পীযুষ হাজৰীকা অসম চৰকাৰৰ সামাজিক ন্যায় আৰু…
অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত বেদখলীকৃত ভূমিত উচ্ছেদ চলিবইঃ মন্ত্ৰী পীযুষ হাজৰীকা
ত্ৰিপুৰাত একক সংখ্যগৰিষ্ঠতাৰে বিজেপি দলে একেৰাহে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবঃ মন্ত্ৰী পীযুষ হাজৰীকা অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত বেদখলীকৃত ভূমিত উচ্ছেদ চলিবই। আজি নগাঁৱত বুঢ়াচাপৰি অভয়াৰণ্যৰ উচ্ছেদ প্ৰসংগত এই মন্তব্য কৰে…
“কাৰ্বি দেহাল (ৰংকেৰ) কাচিৰ্দম উৎসৱ-২০২৩”ত মন্ত্ৰী পীযুষ হাজৰীকা
আজি মাৰকং, নৰতাপ, সোণাপুৰত অনুষ্ঠিত “কাৰ্বি দেহাল (ৰংকেৰ) কাচিৰ্দম উৎসৱ-২০২৩”ত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা। উৎসৱ উপস্থিত থাকি আহ্লাদিত হোৱা মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে যে,‘কাৰ্বি সমাজৰ ভক্তি, বিশ্বাস তথা…
আজি অসমৰ মিচিং জনগোষ্ঠীসকলৰ হেঁপাহৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং
আজি আলি আয়ে লৃগাং। অসমৰ মিচিং জনগোষ্ঠীসকলৰ হেঁপাহৰ কৃষিভিত্তিক উৎসৱ। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন…
অসমৰ এশিঙীয়া গঁড়ক লৈ বিশেষ প’ষ্ট হলিউড অভিনেতা লিঅনাৰ্ড ডিকেপ্ৰিঅ’ৰ
অসমৰ বাবে এটা ভাল খবৰ! খবৰটোক লৈ বিশেষ প’ষ্ট হলিউড অভিনেতা লিঅনাৰ্ড ডিকেপ্ৰিঅ’ৰ। অসমৰ এশিঙীয়া গঁড়ক লৈ সামাজিক মাধ্যমত এই বিশেষ প’ষ্ট হলিউড অভিনেতাগৰাকীৰ। বিগত বৰ্ষত এটাও গঁড় নিধন হোৱা…
ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰী
বৰপেটাত উপস্থিত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দল ধাৰাবাহিকতা অক্ষুণ্ণ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ অনিয়মৰ। এইবাৰ বৰপেটাত উন্মোচিত হৈছে সাংসদ পুঁজিৰ কেলেংকাৰী। চহৰখনত পথ নিৰ্মাণৰ বাবে…
ত্ৰিপুৰাত ত্ৰাণকৰ্তা ৰূপত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱা
সমাগত বিধানসভাৰ ত্ৰিপুৰাৰ ৬০টা বিধানসভা সমষ্টিৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ বাবে বিজেপি দলে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। ৰাজ্যখনত পুনৰ গেৰুৱা বাহিনীৰ দখলত অনাৰ বাবে বিজেপিয়ে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। ত্ৰিপুৰাৰ…
অজিত কুমাৰ ভূঞা আটাইতকৈ দুৰ্নীতিগ্ৰস্ত সাংসদঃ ৰাজ্যিক বিজেপি
ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাক মানসিকভাবে গেলি পচি যোৱা নিকৃষ্ট মনোবৃত্তিৰ লোক বুলি আজি বৰ্ণনা কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই। দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী…
ৰঙিয়াত সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
ৰঙিয়াৰ বিভিন্ন ঠাইত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। সাংসদ পুঁজিৰ ধন ব্যৱহাৰত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগত এই প্ৰতিবাদ স্থানীয় ৰাইজৰ। ৰঙিয়াৰ ৮ নং ৱাৰ্ডত সাংসদ অজিত কুমাৰ…