জনতা ভৱনত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ

অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীক কেন্দ্ৰীয় চৰকাৰে আগবঢ়াই অহা জলপানি সন্দৰ্ভত আলোচনা, ৰাজ্যখনৰ সকলো পাবলগা শিক্ষাৰ্থীয়ে জলপানি লাভ কৰা সুনিশ্চিত কৰিবলৈ পদক্ষেপ গ্ৰহণ নিউজ ডেক্স, ২৯ এপ্ৰিলঃ অসম…

এইমছত উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি নিৰীক্ষণ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

‘অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ), গুৱাহাটী’ৰ উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগা এই কেন্দ্ৰীয় চিকিৎসা শিক্ষা আৰু গৱেষণা…

ভালুকমাৰীত প্ৰয়াত নাট্যশিল্পী বিৰাজ হাজৰিকাৰ প্ৰতিমূৰ্ত্তি উন্মোচন

নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ভালুকমাৰীৰ নিবাসী প্ৰয়াত বিশিষ্ট নাট্য শিল্পী বিৰাজ হাজৰিকাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে বুধবাৰে শিল্পীগৰাকীৰ বাসগৃহৰ সন্মুখত এটি প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হয় । এই মৰ্মে, চিকিৎসক ডাঃ…

গুৱাহাটীত অসম-অৰুণাচল প্ৰদেশ সীমা সমস্যা সমাধানৰ বাবে গঠিত আঞ্চলিক সমিতিৰ বৈঠক, অসমৰ মন্ত্ৰী পীযুষ হাজৰীকা আৰু অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা নাটুঙৰ উপস্থিতিত বৈঠক

অসমৰ শোণিতপুৰ (পূৰ্বৰ বিশ্বনাথ জিলা অংশ) আৰু অৰুণাচলৰ পাকে কিচাং জিলাৰ মাজৰ বিবাদিত সীমা অঞ্চলৰ সমাধানৰ পদক্ষেপ সাজু, দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিৰ পৰস্পৰ বুজাবুজিৰে সমাধান সূত্ৰ প্ৰস্তুত অসম চৰকাৰৰ জলসম্পদ,…

চাহ বাগিচাত জে জে এম ৰূপায়ণত সহায় কৰিবলৈ চাহ বাগিচা পৰিচালনা সমিতি আৰু অংশীদাৰসকলক আহ্বান মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

চাহ বাগিচাৰ শ্ৰমিকৰ বিশুদ্ধ খোৱাপানী সুনিশ্চিত কৰিলে তেওঁলোকৰ জীৱনধাৰণৰ মানদণ্ড উন্নীত হ’বঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত জল জীৱন অভিযান আৰু স্বচ্ছ ভাৰত অভিযানৰ সফল ৰূপায়ণৰ…

অসম কৃষি বিশ্ববিদ্যালয়ত চাহত মূল্য সংযোজন ওপৰত উচ্চস্তৰীয় কৰ্মশালা

ৰাজ্যৰ নিৰ্বাচিত চাহ উদ্যোগীৰ অংশগ্ৰহণ সময়ৰ লগে লগে চাহখেতিত অহা প্ৰত্যাহ্বান আৰু সম্ভাৱনা সমুহৰ সৈতে পৰিচিত হৈ চাহত মুল্য সংযোজনৰ জৰিয়তে উদ্যোগিক সামৰ্থ্যতা বৃদ্ধিৰ ওপৰত এখন উচ্চস্তৰীয় কৰ্মশালা আজি যোৰহাটৰ…

সুৰজিৎ একাডেমীত বিশ্ব পুতলা নাচ দিৱস পালন

আজি বিশ্ব পুতলা নাচ দিৱস। প্ৰতি বছৰে ইংৰাজী মাৰ্চ মাহৰ ২১ তাৰিখে গোটেই বিশ্বতে বিশ্ব পুতলা নাচ দিৱস উদযাপন কৰা হয়। বিশ্বৰ বিভিন্ন ঠাইত পুতলা নাচ দিৱস পালন কৰা হৈছে।…

গুৱাহাটী প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানত জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা, সংবাদ মাধ্যমক অধিক দায়বদ্ধতাৰে কাম কৰি যাবলৈ আহ্বান

সংবাদ মাধ্যমে ’ব্ৰেকিং নিউজ’ৰ দৌৰত বাতৰিৰ সত্যাসত্য নিৰূপণৰ প্ৰতি উদাসীন হ’ব নালাগে: মন্ত্ৰী হাজৰীকা অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত…

গোবর্ধন আঁচনি ৰূপায়নৰ ওপৰত মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ গোপালকৰ সৈতে মত বিনিময়

গোবৰ্ধন আচঁনিৰ যোগেদি গোবৰ আৰু অন্যান্য জৈৱ আৱৰ্জনাক কেৱল আৱৰ্জনা হিচাপেই নহয় আয়ৰ উৎস হিচাপে বিবেচনা কৰা হ’বঃ মন্ত্রী জয়ন্ত মল্লবৰুৱা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই আজি ৰাজধানীৰ…

জ্যেষ্ঠ সাংবাদিক প্ৰয়াত পূৰ্বজ্যোতি চুতীয়াৰ পৰিয়াললৈ আৰ্থিক সাহায্য মন্ত্ৰী পীযুষ হাজৰীকাৰ

জ্যেষ্ঠ সাংবাদিক প্ৰয়াত পূৰ্বজ্যোতি চুতীয়াৰ পৰিয়াললৈ আজি মন্ত্ৰী পীযুষ হাজৰীকাই এক লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ধ্ৰুৱ মহন্তৰ সৈতে হোৱা আলোচনা মৰ্মে জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই…