গুৱাহাটীৰ লালমাটিত মুকলি ট্ৰাইমফ মটৰ চাইকেলৰ প্ৰথমটো শ্ব’ৰুম

নিউজ ডেক্স, ২১ নবেম্বৰঃ আইকনিক ব্ৰিটিছ মটৰ চাইকেল ব্ৰেণ্ড ট্ৰাইমফ মটৰ চাইকেলে আজি গুৱাহাটীৰ লালমাটিত মুকলি কৰিলে উত্তৰ-পূবৰ বহু-প্ৰত্যাশিত প্ৰথমটো শ্ব’ৰুম। ১২০ বছৰীয়া জয়ন্তী সম্পূৰ্ণ কৰা গ্ল’বেল ব্ৰেণ্ডটো নিজৰ কাৰুকাৰ্য্য,…

কটন বিশ্ববিদ্যালয়ত বিশেষ কাৰ্যসূচীত ভাগ ল’ব উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে

নিউজ ডেক্স, ২৮ অক্টোবৰ: ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে ৩০ অক্টোবৰ, সোমবাৰে কটন বিশ্ববিদ্যালয়ত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। উক্ত দিনা উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ অধ্যাপক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলৰ সৈতে ১ ঘণ্টীয়া মত…

এখন সাংগঠনিক সভাত ৩৮ জন মানুহ, উপায়ন্তৰ হৈ চূড়ান্ত ত্যাগৰ কথা কৈছে অখিল গগৈয়েঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ৰাইজে বুজি পাইছে অখিল গগৈৰ লগত মানুহ নথকাটোৱেই স্বাভাৱিকঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা নিউজ ডেক্স, ২৭ অক্টোবৰঃ অখিল গগৈয়ে কিছু দিন পূৰ্বে শিৱসাগৰত এখন সাংগঠনিক সভা কৰিছিল। ৰাইজৰ দলে সকলো ভাতৃ…

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত খানাপাৰাত দশম ভাৰতীয় উদ্যান শস্য কংগ্ৰেছৰ আয়োজন

অংশগ্ৰহণ কৰিব দেশৰ পাঁচ শতাধিক কৃষি বিজ্ঞানীয়ে নিউজ ডেক্স, ২৬ অক্টোবৰঃ ভাৰতীয় উদ্যান বিজ্ঞান একাডেমী, নতুন দিল্লী আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰাস্থ চৌহদত ৬-৯ নৱেম্বৰলৈ…

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

নিউজ ডেক্স, ২১ ছেপ্টেম্বৰঃ ভাৰতৰ আগশাৰীৰ অটোমোটিভ নিৰ্মাতা টাটা মটৰ্ছে আজি বশিষ্ঠস্থিত বিমল কাৰ্ছত বেষ্টচেলাৰ এছ ইউ ভি সম্পূৰ্ণ নতুন নেক্সন মুকলি কৰে। এই মুকলি অনুষ্ঠানত উপস্থিত থাকে সিদ্ধাৰ্থ শৰ্মা…

কাইলৈ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিবেশন, সকলো পক্ষৰ পৰা সহযোগীতা আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ

নিউজ ডেক্স, ১০ ছেপ্টেম্বৰঃ কাইলৈ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শৰৎকালীন অধিবেশন। পোন প্ৰথমবাৰৰ বাবে নৱনিৰ্মিত অসম বিধানসভা ভৱনত অনুষ্ঠিত হ’ব এই অধিৱেশন। আজি অধিবেশন সন্দৰ্ভত সাংবাদিকক…

কামাখ্যা মটৰ্ছত বৈদ্যুতিক চানৰুফৰ সৈতে নতুন টাটা পাঞ্চ মুকলি

নিউজ ডেক্স, ৬ আগষ্টঃ ভাৰতৰ আগশাৰীৰ অট’ম’টিভ ব্ৰেণ্ড টাটা মটৰ্ছে আজি গুৱাহাটীৰ কামাখ্যা গেটস্থিত কামাখ্যা মটৰ্ছত বৈদ্যুতিক চানৰুফৰ সৈতে নতুন টাটা পাঞ্চ মুকলি কৰে।এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত…

সৰভোগত বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তি সংৰক্ষণ সমিতি গঠন

২০২২ চনত সৰভোগত অসম চৰকাৰৰ পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে,বিশ্ব মহাবীৰ চিলাৰায়ৰ ৩,৫০০ কিলোগ্ৰাম ওজনৰ ১০ ফুট ওখ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্ত্তি এটা উন্মোচন কৰিছিল,কিন্তু যোৱা কেইটামান মাহ ধৰি…

লোকসভা নির্বাচনলৈ সাজু বিজেপি অসম প্রদেশ

“শংখনাদ” কার্যক্ৰমত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নিউজ ডেক্স, ২৮ আগষ্টঃ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পার্টিয়ে অসমত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। ইতিমধ্যে ভোটাৰ তালিকাৰ সংশোধনীৰ…

ঐতিহ্যমণ্ডিত বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সন্মিলন

ঐতিহাসিক বৃহত্তৰ বৰনগৰ অঞ্চলৰ বটবৃক্ষ স্বৰূপ,দেশৰ জনপ্ৰিয় আলোচনী ইণ্ডিয়া ট্যুডেত ২০১৮ চনৰ পৰা ২০২২ চনলৈ একেৰাহে চতুৰ্থবাৰলৈ দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ তালিকাত নিজৰ নাম অন্তভুৰ্ক্ত কৰিবলৈ সক্ষম হোৱা,বৰপেটা জিলাৰ দুগ্ধ নগৰী…