Tag: assam news

মাত্ৰ ৫০ হাজাৰ ভিৰেই নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে কলিকতা প্ৰশাসনে

মাত্ৰ ৫০ হাজাৰ ভিৰেই নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে কলিকতা প্ৰশাসনেমেছিৰ অনুষ্ঠানত উন্মোচিত কলিকতাৰ অক্ষমতা“মেছিৰ অনুষ্ঠান অসমত হ’লে এনে পৰিবেশ কেতিয়াও নহ’ল হেতেন”: অসমীয়াৰ কঠোৰ মন্তব্য কলিকতাৰ চল্ট লেক ষ্টেডয়ামলৈ আহিছিল তাৰকা…

অৰুণাচলৰ হাইলঙত ভয়ংকৰ দুৰ্ঘটনাত পাহাৰৰ তলত পৰে শ্ৰমিক কঢ়িওৱা ট্ৰাক

ভাৰত–চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত সোমবাৰ নিশা এটা শোকাবহ ঘটনাৰ খবৰ আহিছে। তিনিচুকীয়াৰ পৰা কামৰ বাবে হায়ুলিয়াং–ছাগলাহগাম অভিমুখী ২২ জন শ্ৰমিক লৈ যোৱা এখন ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ দ’…

আনৰ কণ্টেণ্ট চোৰ কৰা কংগ্ৰেছৰ সভাপতি এইবাৰ নিজেই কন্টেত হৈ পৰিছে পাকিস্তানৰ

সদনত অপাৰেচন সেন্দুৰক লৈ মোদীৰ বিৰুদ্ধে কৰাক লৈ গৌৰৱক প্ৰশংসা পাকিস্তানী মিডিয়াৰ গৌৰৱ গগৈক তুলা-ধুনা নেটিজেনৰ গুৱাহাটী— কংগ্ৰেছৰ সভাপতি হৈ আনৰ কন্টেত চোৰ কৰি সামাজিক মাধ্যমত দি খিলঞ্জীয়াৰ বিশেষ দিনত…

কংগ্ৰেছত আৰম্ভ টিকট কিনা-বেচাৰ ৰাজনীতি

কংগ্ৰেছত আৰম্ভ টিকট কিনা-বেচাৰ ৰাজনীতি ড০ পৰমানন্দ ৰাজবংশীয়ে শ্বেয়াৰ কৰা ফোন–টেপিঙে কঁপাই তুলিলে ৰাজ্যিক ৰাজনীতি সংখ্যালঘু প্রাৰ্থীক টিকটৰ বাবে ১০ লাখ টকা আগধনৰ অভিযোগত কংগ্ৰেছ নিৰ্বাচনৰ দিন চমু চাপিছে ঠিকেই,…

দক্ষিণ ধৰমতুলত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

দক্ষিণ ধৰমতুলত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অসমত বানপানীৰ স্থায়ী সমাধানৰ দিশে ৰাজ্য চৰকাৰ বানপানী নিয়ন্ত্ৰণত জিঅ’ মেগা টিউব বাধ্যতামূলক- ঘোষণা মন্ত্ৰী হাজৰিকাৰ আজি জাগীৰোড সমষ্টিৰ দক্ষিণ ধৰমতুলত মথাউৰি…

‘কংগ্ৰেছৰ ভয়ংকৰ মিঞা প্ৰেম দেখি অতিষ্ঠ হৈ দল ত্যাগ কৰিলোঁ’: প্ৰফুল্ল কুমাৰ দাস

‘কংগ্ৰেছৰ ভয়ংকৰ মিঞা প্ৰেম দেখি অতিষ্ঠ হৈ দল ত্যাগ কৰিলোঁ’: প্ৰফুল্ল কুমাৰ দাস কংগ্ৰেছৰ আইটি চেলৰ অধ্যক্ষৰ পদত্যাগৰ পিছতে বিজেপি নেতৃত্বক সৌজন্যমূলক সাক্ষাৎ দাসৰ ‘দলৰ মূল নেতাই উচ্ছেদৰ বিপক্ষে নেৰেটিভ…

গৌৰৱ গগৈৰ ঘনিষ্ঠ নেতা প্রফুল্ল কুমাৰ দাসৰ কংগ্ৰেছ ত্যাগ

গৌৰৱ গগৈৰ ঘনিষ্ঠ নেতা প্রফুল্ল কুমাৰ দাসৰ কংগ্ৰেছ ত্যাগ সামাজিক মাধ্যম আৰু তথ্য-প্রযুক্তি বিভাগৰ অধ্যক্ষ আছিল দাস গৌৰৱ গগৈৰ স্বৈৰচাৰিতাত অতীষ্ঠ হৈ দল ত্যাগ দাসৰ নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ আন…

৬ জনগোষ্ঠী জনজাতিকৰণৰ সম্পৰ্কত ইতিবাচক সংকেত

ডিব্ৰুগড়ত মটক ছাত্ৰ সন্থাৰ সৈতে সাক্ষাৎ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ৬ জনগোষ্ঠী জনজাতিকৰণৰ সম্পৰ্কত ইতিবাচক সংকেতহিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক ধন্যবাদ মটক ছাত্ৰ সন্থাৰ আজি ডিব্ৰুগড়ত উপস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা…

‘ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’বই’: শিৱসাগৰত দৃঢ় মন্তব্য পীয়ুষ হাজৰিকাৰ

শিৱসাগৰত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতি, বৰপাত্ৰগোঁহাই মৈদাম সংৰক্ষণৰ আধাৰশিলা স্থাপন ‘ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’বই’: শিৱসাগৰত দৃঢ় মন্তব্য পীয়ুষ হাজৰিকাৰ ‘যিসকলে জনজাতিকৰণ সন্দৰ্ভত মিছা প্ৰচাৰ চলাইছে তেওঁলোকে ভয় খাইছে ৰাইজে…

কংগ্ৰেছক তীব্ৰ সমালোচনা চুতীয়া জনগোষ্ঠীৰ নেত্ৰী কস্তুৰী চুতীয়াৰ

শ্বহীদৰ তেজ খুৱা কংগ্ৰেছ, অসমক অবৈধ বোজা জাপি দিয়া কংগ্ৰেছে অসমৰ উন্নয়নৰ বাবে চিন্তা নকৰে কিয়? অসমত কংগ্ৰেছৰ স্থিতি দুমুখীয়া, এনে পৰিস্থিতিত অসমৰ সাংসদ গৌৰৱ গগৈয়ে কিয় মৌন ব্ৰত ধাৰণ…