নিউজ ডেস্ক,১২ মে’ঃ আজিৰে পৰা ঢকুৱাখনাত ঐতিহাসিক ফাট বিহু। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব ঢকুৱাখনাৰ ফাট বিহু। ঢকুৱাখনাৰ মহঘুলি চাপৰিত উদুলি-মুদুলি পৰিৱেশ। সংস্কৃতিৰ মিলন ভূমিত পৰিণত হৈছে মহঘুলি চাপৰি। অন্তিম দিনটোত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *