নিউজ ডেস্ক,২১ মে’ঃ আজি ২১ মে’ আন্তৰ্জাতিক চাহ দিৱস। সমগ্ৰ বিশ্বত চাহৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশটো গুৰুত্ব দিয়া হয়।ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই প্ৰতি বছৰে ২১ মে’ত এই দিনটো উদযাপন কৰাৰ সিদ্ধান্ত লৈছিল। অফিচিয়েল ৱেবছাইটঅনুসৰি, আন্তৰ্জাতিক চাহ দিৱস “চাহৰ বহনক্ষম উৎপাদন আৰু ব্যৱহাৰৰ সপক্ষে কাৰ্যকলাপ ৰূপায়ণ কৰাৰ বাবে সামূহিক পদক্ষেপৰ প্ৰচাৰ আৰু উৎসাহ প্ৰদান কৰি ভোক আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াত ইয়াৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰা।”

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *