নিউজ ডেস্ক,১৮ মে’ঃ ইটালীত নেৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰ বানপানী। বানপানীৰ ফলত মৃত্যু ৯ জন লোকৰ। ভয়াৱহ বানপানীত হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে । বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান। বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা। বিস্তৰ ক্ষতিসাধন হৈছে কৃষিজীৱি লোক সকলৰ। জৰুৰীকালীন সাহায্যৰ অনুমোদন দিবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনী।