নিউজ ডেস্ক,১৪ মে’ঃ জম্মু-কাশ্মীৰৰ অনন্তনাগত এনকাউণ্টাৰ। আজি পুৱা উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হৈছে গুলীয়াগুলী। জিলাখনৰ সংগম অঞ্চলত উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্যৰ পিছতে অভিযান চলাইছিল আৰক্ষীয়ে। উগ্ৰপন্থীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা কৰাৰ পিছতেই ৰূপান্তৰিত হয় এনকাউণ্টাৰলৈ ।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *